প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

হাংগেৰীৰৰ সংসদীয় নিৰ্বাচনত বিজয় সাব্যস্ত কৰা প্ৰধানমন্ত্ৰী ভিক্টৰ অৰ্বানক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

পোষ্ট কৰা হৈছে: 04 APR 2022 11:09AM by PIB Guwahati

প্ৰধানমন্ত্ৰী ভিক্টৰ অৰ্বানক হাংগেৰীৰ সংসদীয় নিৰ্বাচনত বিজয় সাব্যস্ত কৰাৰ বাবে অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;

“হাংগেৰীৰ সংসদীয় নিৰ্বাচনত বিজয় সাব্যস্ত কৰা প্ৰধানমন্ত্ৰী ভিক্টৰ অৰ্বান আপোনাক অভিনন্দন জনাইছো। আগন্তুক দিনবোৰতো আপোনাৰ সৈতে একেলগে কাম কৰাৰ ধাৰা অব্যাহত ৰখাৰ লগতে ভাৰত-হাংগেৰীৰ মাজৰ মৈত্ৰীপূৰ্ণ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ আশা ৰাখিছো”।

 

***

DS/SH/KB


(ৰিলিজ আই ডি : 1813278) অতিথি কক্ষ : 185