প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

নৱৰোজ উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

Posted On: 21 MAR 2022 9:30AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰোজ উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে৷

টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “”

নৱৰোজত আমি প্রার্থনা কৰিছো যাতে অহা বছৰটো সকলোৰে জীৱনলৈ সুখ-আনন্দ লৈ আহে আৰু প্রত্যেকেই সু-স্বাস্থ্যৰ অধিকাৰী হয়৷ সকলোৰে আশা-আকংক্ষা পূৰণ হওক, সকলো সমৃদ্ধিশালী হওক৷

নৱৰোজ মুবাৰক!”

***

DS/ST/DB



(Release ID: 1808000) Visitor Counter : 110