প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ২৭ মাৰ্চৰ মন কী বাত অনুষ্ঠানৰ বাবে নাগৰিকৰ পৰা ধাৰণা আৰু দিহা-পৰামৰ্শ বিচাৰিছে

प्रविष्टि तिथि: 15 MAR 2022 10:12AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭ মাৰ্চ,২০২২ৰ ‘মন কী বাত’ অনুষ্ঠানৰ বাবে নাগৰিকৰ পৰা ধাৰণা আৰু দিহা-পৰামৰ্শ বিচাৰিছে।

"এই মাহৰ মন কী বাত অনুষ্ঠান অহা ২৭ মাৰ্চত সম্প্ৰচাৰ হ’ব। পূৰ্বৰ দৰে এইবাৰো মই আপোনালোকৰ পৰা বিভিন্ন ধাৰণা আৰু দিহা-পৰামৰ্শ লাভ কৰিম বুলি আশা কৰিছো। MyGov, the NaMo Appৰ মাধ্যমেৰে অথবা 1800-11-7800 নম্বৰত ফোন কৰি আপোনালোকৰ দিহা-পৰামৰ্শসমূহ শ্বেয়াৰ কৰক।"-প্ৰধানমন্ত্ৰীয়ে কয়।

 

***

DS/SH/MS


(रिलीज़ आईडी: 1806456) आगंतुक पटल : 178
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , Kannada , Bengali , Odia , English , Urdu , Marathi , हिन्दी , Manipuri , Punjabi , Gujarati , Tamil , Malayalam