প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে বিশ্ব ৰেডিঅ’ দিৱস উপলক্ষে ৰেডিঅ’ৰ শ্ৰোতা আৰু শিল্পীসকলক শুভেচ্ছা জ্ঞাপন কৰে
प्रविष्टि तिथि:
13 FEB 2022 3:05PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব ৰেডিঅ’ দিৱস উপলক্ষে ৰেডিঅ’ৰ শ্ৰোতা আৰু শিল্পীসকলক শুভেচ্ছা জ্ঞাপন কৰে।
এলানি টুইটত প্ৰধানমন্ত্ৰীয়ে কয়,
"বিশ্ব ৰেডিঅ’ দিৱস উপলক্ষে সকলো শ্ৰোতা আৰু সৃষ্টিশীল শিল্পীসকলক শুভেচ্ছা জ্ঞাপন কৰিছো। ঘৰতে হওক অথবা যাত্ৰাকালতে হওক, ৰেডিঅ’ মানুহৰ জীৱনৰ এক অবিচ্ছেদ্য হৈ থাকিব। মানুহৰ সৈতে সংযোগ স্থাপনৰ ক্ষেত্ৰত ই এক সুন্দৰ মাধ্যম।"
"মন কী বাতৰ বাবে মই বাৰম্বাৰ দেখি আহিছো কিদৰে ৰেডিঅ’ৰ মাধ্যমেৰে ইতিবাচক কথাসমূহ মানুহৰ মাজলৈ লৈ যাব পাৰি। এই অুষ্ঠানটোৰ সৈতে জড়িত লোকসকলকো মই ধন্যবাদ জনাইছো।"
***
DS/SH/MS
(रिलीज़ आईडी: 1799239)
आगंतुक पटल : 180
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam