প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰসিদ্ধ কান্নাড়া লেখক তথা কবি শ্ৰী চেন্নাৱীৰা কনাৱিৰ দেহাৱসানত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

Posted On: 16 FEB 2022 7:23PM by PIB Guwahati

প্ৰসিদ্ধ কান্নাড়া লেখক তথা কবি শ্ৰী চেন্নাৱীৰা কনাৱিৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;

“শ্ৰী চেন্নাৱীৰা কনাৱিৰ উদাত্ত কবিতা তথা লিখনীয়ে কান্নাড়া সাহিত্যক বহু দশক ধৰি সমৃদ্ধ কৰি আহিছে। তেওঁৰ মৃত্যুৱে বাৰুকৈয়ে ব্যথিত কৰিছে। শোকসন্তপ্ত পৰিয়ালবৰ্গৰ লগতে তেওঁৰ প্ৰশংসকসকললৈ সমবেদনা জ্ঞাপন কৰিছো। ওঁম শান্তি”!

 

***

DS/SH/KB



(Release ID: 1799238) Visitor Counter : 142