প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক দৰ্শন কৰিবলৈ সকলোকে আহ্বান জনায়
प्रविष्टि तिथि:
02 FEB 2022 9:55PM by PIB Guwahati
টেবুল টেনিছ খেলুৱৈ মণিকা বাট্ৰাই ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক পৰিদৰ্শন কৰাৰ এক ভিডিঅ’ শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক দৰ্শন কৰিবলৈ আহ্বান জনায়।
এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়,
"ভাৰতৰ গৌৰৱ আৰু ক্ৰীড়া চেম্পিয়ন মণিকা বাট্ৰাই ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক পৰিদৰ্শন কৰি নিজৰ অভিজ্ঞতা বৰ্ণনা কৰিছে। মই আপোনালোককো এই স্মাৰক পৰিদৰ্শন কৰিবলৈ আহ্বান জনাইছো”।
***
DS/SH/VK/MS
(रिलीज़ आईडी: 1796407)
आगंतुक पटल : 182
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam