প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ প্ৰতিস্থা দিৱস উপলক্ষে বাহিনীটোলৈ শুভকামনা প্ৰধানমন্ত্ৰীৰ

Posted On: 01 FEB 2022 9:35AM by PIB Guwahati

ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ প্ৰতিস্থা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাহিনীটোলৈ শুভকামনা জ্ঞাপন কৰিছে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;

“প্ৰতিস্থা দিৱসত ভাৰতীয় উপকূলৰক্ষী পৰিয়াললৈ শুভকামনা যাঁচিছো।

ৰণ-কৌশলগত ভাবে অতিকে গুৰুত্ব থকা এটি সংস্থা, আমাৰ উপকূলৰক্ষীসকল অসাধাৰণ প্ৰতিভাধৰৰ এটি গোট, যিসকলে আমাৰ উপকূলসমূহৰ সুৰক্ষা সুনশ্চিত কৰাৰ লগতে মানৱীয় সংবেদনশীল প্ৰয়াসৰ ক্ষেত্ৰতো অগ্ৰণী ভূমিকা পালন কৰি আহিছে”।

 

***

DS/SH/KB



(Release ID: 1794630) Visitor Counter : 109