কেবিনেট
কেবিনেটে কেন-বেটৱা নদীৰ আন্তঃসংযোগীকৰণত অনুমোদন জনায়
এই প্ৰকল্পৰ ব্যয় হ’ব ৪৪,৬০৫ কোটি আৰু ৮বছৰত সম্পূৰ্ণ হৈ উঠিব
প্ৰকল্পটোৱে ১০৩ মেগাৱাট জলবিদ্যুতৰ লগতে ২৭ মেগাৱাট সৌৰ শক্তি উতপাদন কৰিব
প্ৰকল্পটোৰ সঠিক ৰূপায়নৰ বাবে কেন-বেটৱা লিংক প্ৰজেক্ট অথৰিটী(কেবিএলপিএ) নামৰ এক বিশেষ সংস্থা গঠন কৰা হৈছে
প্ৰকল্পটোৰ ফলত মধ্য প্ৰদেশৰ ছটৰপুৰ, পান্না আৰু টিকামগড়ৰ লগতে উত্তৰ প্ৰদেশৰ বান্দা, মহোবা আৰু ঝাঞ্চীৰ খৰাংপীড়িত অঞ্চলৰ প্ৰায় ১০.৬২লাখ হেক্টৰ ভূমিলৈ জলসিঞ্চনৰ সুবিধা আগবঢ়াব
৬২লাখ লোকক খোৱাপানী প্ৰদান কৰিবলৈ জলপথ নিৰ্মাণ কৰিব
प्रविष्टि तिथि:
08 DEC 2021 4:33PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে কেন-বেটৱা নদীৰ আন্তঃসংযোগীকৰণত অনুমোদন জনায়। এই প্ৰকল্পৰ ব্যয় হ’ব ৪৪,৬০৫ কোটি আৰু ৮বছৰত সম্পূৰ্ণ হৈ উঠিব। প্ৰকল্পটোৱে ১০৩ মেগাৱাট জলবিদ্যুতৰ লগতে ২৭ মেগাৱাট সৌৰ শক্তি উতপাদন কৰিব। প্ৰকল্পটোৰ সঠিক ৰূপায়নৰ বাবে কেন-বেটৱা লিংক প্ৰজেক্ট অথৰিটী(কেবিএলপিএ) নামৰ এক বিশেষ সংস্থা গঠন কৰা হৈছে। প্ৰকল্পটোৰ ফলত মধ্য প্ৰদেশৰ ছটৰপুৰ, পান্না আৰু টিকামগড়ৰ লগতে উত্তৰ প্ৰদেশৰ বান্দা, মহোবা আৰু ঝাঞ্চীৰ খৰাংপীড়িত অঞ্চলৰ প্ৰায় ১০.৬২লাখ হেক্টৰ ভূমিলৈ জলসিঞ্চনৰ সুবিধা আগবঢ়াব।এই প্ৰকল্পৰ জৰিয়তে ৬২লাখ লোকক খোৱাপানী প্ৰদান কৰিবলৈ জলপথ নিৰ্মাণ কৰিব।
***
DS/SH/SKS/MS
(रिलीज़ आईडी: 1789854)
आगंतुक पटल : 288
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam