প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

যোগ্যতা সম্পন্ন সকলো ব্যক্তিকে ‘ক’ভিড সাৱধানতা পালি’ লোৱাৰ বাবে আহ্বান প্ৰধানমন্ত্ৰীৰ

Posted On: 10 JAN 2022 10:19PM by PIB Guwahati

ভাৰতে ‘সাৱধানতা পালি’ প্ৰদান অভিযান আৰম্ভ কৰাৰ মুহূৰ্তত যোগ্যতা সম্পন্ন সকলো ব্যক্তিকে ‘ক’ভিড সাৱধানতা পালি’ লোৱাৰ বাবে আহ্বান জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মেদীয়ে। তেওঁ আজি প্ৰতিযেধক গ্ৰহণ কৰা সকলকো প্ৰশংসা কৰে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;

“ভাৰতে সাৱধানতা পালি প্ৰদান অভিযানৰ শুভাৰম্ভ কৰিছে। আজি যিসকলে প্ৰতিষেধক গ্ৰহণ কৰিছে তেওঁলোক আটায়েই প্ৰশংসাৰ পাত্ৰ। মই যোগ্যতা সম্পন্ন আটাইকে প্ৰতিষেধক লোৱাৰ বাবে আহ্বান জনাইছো। আমি সকলোৱে জানো যে ক’ভিড-১৯ বিৰোধী যুঁজৰ আটাইতকৈ প্ৰভাৱশালী অস্ত্ৰপাতেই হৈছে টীকাকৰণ”।

 

***

DS/SH/KB



(Release ID: 1789321) Visitor Counter : 106