প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আন্তঃৰাষ্ট্ৰীয় দিব্যাংগজন দিৱসত প্ৰধানমন্ত্ৰীৰ বাৰ্তা
प्रविष्टि तिथि:
03 DEC 2021 5:16PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃৰাষ্ট্ৰীয় দিব্যাংগজন দিৱসত নিজৰ বাৰ্তাত কৈছে,
"আন্তঃৰাষ্ট্ৰীয় দিব্যাংগজন দিৱসত, মই ভাৰতৰ প্ৰগতিত দিব্যাংগসকলৰ চমকপ্ৰদ প্ৰাপ্তি আৰু যোগদানৰ প্ৰশংসা কৰিছো। তেওঁলোকৰ জীৱন যাত্ৰা, তেওঁলোকৰ সাহস আৰু দৃঢ় সংকল্প অত্যন্ত প্ৰেৰণাদায়ক।
ভাৰত চৰকাৰে দিব্যাংগসকলক সবল কৰি তোলা আন্তঃগাঁথনিসমূহ অধিক শক্তিশালী কৰি তুলিবলৈ সক্ৰিয়ভাৱে কাম কৰি আছে। তেওঁলোকৰ বাবে সমতা, সুগমতা আৰু সুযোগ সুনিশ্চিত কৰাৰ ওপৰত নিৰন্তৰ জোৰ দি আছে।"
*****
DS/VJ
(रिलीज़ आईडी: 1779235)
आगंतुक पटल : 202
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam