প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আহক ক্ৰীড়াক্ষেত্ৰত আমি এই উৎসাহ-উদ্দীপনা অটুট ৰাখোঁ আৰু আমাৰ যুৱকসকলক খেলপথাৰত উজলি উঠিবলৈ অনুপ্ৰাণিত কৰোঁঃ প্ৰধানমন্ত্ৰী
Posted On:
05 DEC 2021 9:29AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ক্ৰীড়াক্ষেত্ৰত যি উৎসাহ-উদ্দীপনাৰ সৃষ্টি হৈছে সেয়া অটুট ৰখাৰ লগতে আমাৰ যুৱ প্ৰজন্মক খেলপথাৰত উজলি উঠিবলৈ অনুপ্ৰাণিত কৰোঁ আহক।
দূৰদৰ্শন নিউজৰ এটা টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;
‘এই প্ৰৱণতাই আপোনাক আনন্দিত কৰিব।
আহক ক্ৰীড়াক্ষেত্ৰত আমি এই উৎসাহ-উদ্দীপনা অটুট ৰাখোঁ আৰু আমাৰ যুৱক-যুৱতীসকলক খেলপথাৰত উজলি উঠিবলৈ অনুপ্ৰাণিত কৰোঁ।’
*****
DS/SH/KG
(Release ID: 1778714)
Visitor Counter : 149
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam