প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ব্ৰিটেইনৰ গ্লাছগ’ৰ অনুষ্ঠিত কপ-২৬ শীৰ্ষক অনুষ্ঠানৰ সমান্তৰালভাৱে শ্ৰীযুত বিল গেটছৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

Posted On: 02 NOV 2021 7:58PM by PIB Guwahati

ব্ৰিটেইন গ্লাছগ নৱেম্বৰ, ২০২১ত কপ-২৬ শীৰ্ষক অনুষ্ঠানৰ সমান্তৰালভাৱে শ্ৰীযুত বিল গেটছৰ সৈতে বৈঠকত মিলিত হয়।

এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে বিল গেটছ আৰু মেলিণ্ডা গেটছ ফাউণ্ডেশ্যনে ভাৰতত কৰি থকা কামৰ প্ৰশংসা কৰে৷ বিল গেটছে প্ৰধানমন্ত্ৰীক মিচন ইনভেচনৰ অগ্ৰগতিৰ সন্দৰ্ভত চমুকৈ অৱগত কৰে৷ তেওঁলোকে ভাৰতত মিচন ইনভেচনৰ কাম-কাজৰ পৰৱৰ্তী পদক্ষেপ সন্দৰ্ভত আলোচনা কৰে৷

আলোচনাত হাইড্ৰজেন, বিমানৰ ইন্ধন, বেটাৰী ষ্টৰেজ আৰু ভেকচিনৰ গৱেষণাৰ দৰে বিষয়ে স্থান লাভ কৰে৷

 

****

DS/AK/DB



(Release ID: 1769969) Visitor Counter : 128