প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘বিশ্ব বক্সিং চেম্পিয়ণশ্বিপ’ত ব্ৰঞ্জৰ পদক বিজয়ী আকাশ কুমাৰক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

Posted On: 06 NOV 2021 8:34PM by PIB Guwahati

বিশ্ব বক্সিং চেম্পিয়ণশ্বিপ ব্ৰঞ্জৰ পদক লাভ কৰা আকাশ কুমাৰক অভিনন্দন জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;

সুন্দৰ প্ৰদৰ্শন আকাশ! বিশ্ব বক্সিং চেম্পিয়ণশ্বিপত সন্মানীয় পদক অৰ্জন কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছো। এই সাফল্যই যুৱ বক্সাৰসকলক আগুৱাই যোৱাৰ বাবে অনুপ্ৰাণিত কৰিব। ভৱিষ্যতৰ প্ৰয়াসৰ বাবে তোমালৈ শুভ কামনা জনাইছো

 

****

DS/SH/KB



(Release ID: 1769967) Visitor Counter : 133