প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পেৰালিম্পিক গেমছত পুৰুষৰ হাই জাম্প টি৪৭ত ৰূপৰ পদক জয় কৰাৰ বাবে নিশাদ কুমাৰক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
29 AUG 2021 5:44PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টকিঅ’ পেৰালিম্পিক গেমছত পুৰুষৰ হাই জাম্প টি৪৭ত ৰূপৰ পদক জয় কৰাৰ বাবে নিশাদ কুমাৰক অভিনন্দন জনায়৷
টুইটাৰযোগে প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “অধিক আনন্দাদায়ক খবৰ টকিঅ’ৰ পৰা আহিছে৷ পুৰুষৰ হাই জাম্প টি৪৭ত নিশাদ কুমাৰে ৰূপৰ পদক জয় কৰাৰ বাবে অতিশয় আনন্দিত হৈছো৷ তেওঁ এগৰাকী অনবদ্য দক্ষতা আৰু ধৈৰ্যশীল খেলুৱৈ৷ তেওঁক অভিনন্দন জনাইছো৷ #Paralympics”
****
DS/SH/DB
(ৰিলিজ আই ডি : 1766834)
অতিথি কক্ষ : 153
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam