প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জুনিয়ৰ ৱৰ্ল্ড চেম্পিয়নশ্বীপৰ মেডেল টেলিৰ শীৰ্ষত স্থান লাভৰ বাবে ভাৰতীয় শ্বুটিং টীমক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 10 OCT 2021 7:28PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্বুটিং জুনিয়ৰ ৱৰ্ল্ড চেম্পিয়নশ্বীপত ১৬ সোণৰ পদককে ধৰি ৪০ টা পদকেৰে মেডেল টেলিৰ শীৰ্ষত স্থান লাভৰ বাবে ভাৰতীয় শ্বুটাৰসকলক অভিনন্দন জ্ঞাপন কৰিছে।


প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবুলি টুইট কৰেঃ
"আমাৰ শ্বুটাৰসকলে অনবদ্য প্ৰদৰ্শন কৰিছে! ভাৰতে শ্বুটিং জুনিয়ৰ ৱৰ্ল্ড চেম্পিয়নশ্বীপত ১৬ সোণৰ পদককে ধৰি ৪০ টা পদকেৰে মেডেল টেলিৰ শীৰ্ষত স্থান লাভ কৰিছে। টীমটোক অভিনন্দন জনাইছো আৰু ভৱিষ্যতৰ বাবে জনালো শুভ কামনা। এই সফলতাই বহু উদীয়মান শ্বুটাৰক অনুপ্ৰাণিত কৰিব।"

***

DS/AK/SB


(रिलीज़ आईडी: 1763896) आगंतुक पटल : 204
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam