প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এদোবিৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া শান্তনু নাৰায়ণক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
23 SEP 2021 8:20PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এদোবিৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী শান্তনু নাৰায়ণক সাক্ষাৎ কৰে।
তেওঁ ভাৰতত এডোবিৰ চলিত সহযোগিতা আৰু ভৱিষ্যতৰ বিনিয়োগ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰে। আলোচনাত ভাৰতৰ মুখ্য কাৰ্যসূচী ডিজিটেল ইণ্ডিয়া আৰু স্বাস্থ্য, শিক্ষা আৰু আৰ এণ্ড ডিৰ দৰে ক্ষেত্ৰত উদীয়মান প্ৰযুক্তিৰ ব্যৱহাৰৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়।
****
DS/AK/RD
(रिलीज़ आईडी: 1762036)
आगंतुक पटल : 206
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam