প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

চৰকাৰৰ মুৰব্বী হিচাপে প্ৰধানমন্ত্ৰীয়ে ২০বছৰ সম্পূৰ্ণ কৰা উপলক্ষে মাইগভ কুইজ

प्रविष्टि तिथि: 07 OCT 2021 10:25AM by PIB Guwahati

চৰকাৰৰ মুৰব্বী হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০বছৰ সম্পূৰ্ণ কৰিলে। এই উপলক্ষে মাইগভ ইণ্ডিয়া সেৱা সমৰ্পণ শীৰ্ষক এলানি কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰিছে।

এই সন্দৰ্ভত প্ৰকাশ কৰা এক বাৰ্তাত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কয়;

চৰকাৰৰ মুৰব্বী হিচাপে প্ৰধানমন্ত্ৰী @নৰেন্দ্ৰমোদীয়ে আজি, ৭অক্টোবৰত ২০টা বছৰ সম্পূৰ্ণ কৰিলে। তেওঁ সততে নিজকে এখন আত্মনিৰ্ভৰশীল ভাৰত বাবে কাম কৰা প্ৰধান সেৱক বুলি কয়। এই ২০টা বছৰত ৰাষ্ট্ৰ-নিৰ্মাণৰ বিভিন্ন দিশ সামৰি  @mygovindia- যুগুতোৱা কুইজৰ বাবে https://t.co/nEYpBCltGN-ৰে সংযুক্ত হওক

 

****

DS/SH/KB


(रिलीज़ आईडी: 1762032) आगंतुक पटल : 165
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam