প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

দেশবাসীৰ নামত ৩৫প্ৰজাতিৰ বিশেষ গুনসম্পন্ন শস্য উচৰ্গা কৰিলে প্ৰধানমন্ত্ৰীয়ে


দেশবাসীৰ নামত ৰায়পুৰত নিৰ্মাণ কৰা নেচনেল ইনষ্টিটিউট অৱ বায়’টিক ষ্ট্ৰেছ মেনেজমেণ্টৰ নৱনিৰ্মিত চৌহদ উচৰ্গা কৰিলে প্ৰধানমন্ত্ৰীয়ে

কৃষি বিশ্ববিদ্যালয়সমূহক সেউজ কেম্পাছ বঁটা প্ৰদান কৰিলে প্ৰধানমন্ত্ৰীয়ে

“যেতিয়াই কৃষক আৰু কৃষি ব্যৱস্থাই এক সুৰক্ষা লাভ কৰিব, তেতিয়াই তেওঁলোকৰ বিকাশ দ্ৰুত হ’ব”

“যেতিয়াই বিজ্ঞান, চৰকাৰ আৰু সমাজে একেলগে কাম কৰিব, ফলাফল সুন্দৰ হ’ব৷ সেইদৰে কৃষক আৰু বিজ্ঞানীসকলৰ সমন্বয়ে দেশে শক্তিশালী ৰূপত নতুন প্ৰত্যাহ্বানৰ মোকাবিলা কৰিব পাৰে”

“শস্যভিত্তিক উপাৰ্জন ব্যৱস্থাৰ বিপৰীতে মুল্যসংযোজন আৰু অন্যান্য কৃষি ব্যৱস্থাৰ প্ৰতি উৎসাহ যোগোৱাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে”

“আমাৰ পুৰণি কৃষি পৰম্পৰাৰ সৈতে ভৱিষ্যতৰ ব্যৱস্থাৰ সমাযোজন কৰাটো সমানেই গুৰুত্বপূৰ্ণ”

Posted On: 28 SEP 2021 12:42PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ভিডিঅ কনফাৰেন্সযোগে আজি বিশেষ গুনসম্পন্ন ৩৫বিধ শস্য দেশবাসীৰ নামত সৰ্গা কৰে৷ একেটা অনুষ্ঠানতে প্রধানমন্ত্রীয়ে ৰায়পুৰৰ নেচনেল ইনষ্টিটিউট অৱ বায়টিক ষ্ট্ৰেছ মেনেজমেণ্টৰ নৱনির্মিত ভৱন দেশবাসীৰ নামত সৰ্গা কৰে৷ অনুষ্ঠানত প্রধানমন্ত্রীয়ে কৃষি বিশ্ববিদ্যালয়সমূহ সেউজ চৌহদ বঁটাও বিতৰণ কৰেভিডিকনফাৰেন্সযোগে তেওঁ কৃষকসকলৰ সৈতে ্ত বিনিময় অনুষ্ঠানত অংশ লোৱাৰ লগতে ভাষণো আগবঢ়ায়৷

অনুষ্ঠানত জম্মু আৰু কাশ্মীৰৰ গেণ্ডাৰবলৰ শ্রীমতী জাইতুন বেগমৰ সৈতে কথা পতাৰ সময়ত প্রধানমন্ত্রীয়ে তেওঁৰ উদ্ভাৱনী কৃষি পদ্ধতিৰ বিষয়ে জানিব বিচাৰে আৰু কিদৰে তেওঁ অন্যান্য কৃষকসকলক প্রশিক্ষণ দিছে আৰু উপত্যকাটোৰ কন্যাসকলৰ শিক্ষাৰ বাবে কাম কৰে, তাক লৈও আলোচনা কৰেপ্রধানমন্ত্রীয়ে উল্লেখ কৰে যে ক্ৰীড়াৰ ক্ষেত্ৰত জম্মু আৰু কাশ্মীৰৰ কন্যাসকলে ভাল সফলতা লাভ কৰিছে৷ তেওঁ লগতে কয় যে ক্ষুদ্র ভূমি থকা কৃষকসকলক চৰকাৰে অগ্রাধিকাৰ দিছে আৰু তেওঁলোকে যাতে পোণপটীয়াকৈ সকলো সুবিধা লাভ কৰে, তাৰ বাবে পদক্ষেপ হাতত লোৱা হৈছে

উত্তৰ প্রদেশৰ বুলন্দ চহৰৰ এগৰাকী কৃষক তথা বীজ পাদক শ্রী কুলৱন্ত সিঙৰ সৈতে হোৱা বাৰ্তালাপত প্রধানমন্ত্রীয়ে কিদৰে তেওঁ এই বৈচিত্র্যময় বীজ পাদনত সক্ষম হৈছে, সেই বিষয়ে জানিব বিচাৰে৷ প্রধানমন্ত্রীয়ে লগতে কিদৰে তেওঁ কুসাত কৃষি প্রতিষ্ঠানৰ বিজ্ঞানীসকলৰ সৈতে মত বিনিময়ৰ জৰিয়তে উপকৃত হৈছে আৰু এই ধৰণৰ প্রতিষ্ঠানৰ সৈতে যোগাযোগৰ বিষয়ে কৃষকসকলৰ মাজত কি মানসিকতা আছে, সেই বিষয়েও জানিব বিচাৰেকৃষকসকলৰ শস্য প্রক্রিয়াজাতকৰণ আৰু মূল্য সংযোজনৰ বাবে প্রধানমন্ত্রীয়ে উচ্চ প্রশংসা কৰেপ্ৰধানমন্ত্ৰীয়ে কয় যে কৃষকসকলে যাতে শস্যৰ ভাল দাম পায়, তাৰ বাবে চৰকাৰে একাধিক প্ৰচেষ্টা হাতত লৈছে। শস্য বজাৰত পোৱা, উন্নতমানৰ বীজ, ভূমি স্বাস্থ্য কার্ড ইত্যাদি ক্ষেত্রত চৰকাৰ পদক্ষেপ গ্রহণ কৰিছে

প্রধানমন্ত্রীয়ে গোৱাৰ বার্দেজৰ শ্রীমতী দর্শনা পেডনকাৰৰ সৈতে কথা পাতি তেওঁ কিদৰে বিভিন্ন ধৰণৰ শস্যৰ খেতি কৰাৰ সমান্তৰালভাৱে পশুপালনৰ কাম চলাই গৈছে, সেই বিষয়ে জানিব বিচাৰে৷ কৃষকসকলৰ নাৰিকলৰ মূল্য সংযোজনৰ বিষয় সম্পর্কেও জানিব বিচাৰে প্রধানমন্ত্রীয়েগৰাকী মহিলা কৃষকে উদ্যোক্তা হিচাপে আগবাঢ়ি অহাৰ বাবে প্রধানমন্ত্রীয়ে তেওঁক সাহ যোগায়

প্রধানমন্ত্রীয়ে মণিপুৰৰ শ্রী থৈবা সিঙৰ সৈতে কথা পাতি  তেওঁ কিদৰে সশস্ত্র বাহিনীত দিন কটোৱাৰ পাছত কৃষি-কাৰ্য আৰম্ভ কৰিছে, সেই বিষয়ে জানিব বিচাৰেপ্রধানমন্ত্রীয়ে তেওঁলোক প্রশংসা কৰেতেওঁৰ কৃষি, মীনপালন আৰু অন্যান্য সংশ্লিষ্ট ক্ষেত্রত কৃষকসকলৰ বৈচিত্র্যময় কাম-কাজৰ বিষয়ে প্রধানমন্ত্রীয়ে আগ্রহ প্রকাশ কৰেপ্ৰধানমন্ত্ৰীয়ে জয় জোৱান, জয় কিষাণ, জয় বিজ্ঞান উদাহৰণ দাঙি ধৰি শ্রী সিঙৰ ভূয়সী প্রশংসা কৰে

উত্তৰাখণ্ডৰ উধম সিং নগৰৰ শ্রী সুৰেশ ৰানাৰ সৈতে আলোচনাত প্রধানমন্ত্রীয়ে কিদৰে তেওঁ ভুট্টা খেতি আৰম্ভ কৰিছিল, সেই বিষয়ে আৰম্ভ কৰিছিল৷ উত্তৰাখণ্ডৰ কৃষকসকলে কৃষক পাদন সংগঠন (এফপিও)সমূহকো দক্ষতাৰে ব্যৱহাৰ কৰিছে৷ ইয়াৰ বাবে প্রধানমন্ত্রীয়ে তেওঁলোকৰ প্রশংসা কৰেতেওঁ কয় যে যেতিয়া কৃষকসকলে সন্মিলিতভাৱে কাম কৰে, তেতিয়া তেওঁলোকে অধিক লাভবান হয়চৰকাৰে কৃষকসকলৰ বাবে সম্পদ আৰু আন্তঃগাঁথনি সহজলভ্য কৰি তোলাৰ বাবে সাজু থকা বুলিও কয়৷

এই উপলক্ষে আগবঢ়োৱা ভাষণত প্রধানমন্ত্রীয়ে বিগত - বছৰত কৃষি সম্পৰ্কীয় সমস্যাৰ সমাধানত বিজ্ঞান আৰু প্রযুক্তিবিদ্যাক অগ্রাধিকাৰৰ ভিত্তিতে ব্যৱহাৰৰ প্রসংগ উল্লেখ কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যেআমি আৰু অধিক গুণগত মানসম্পন্ন, বিশেষকৈ পৰিৱর্তিত আৰু অনুকূল পৰিস্থিতিৰ সৈতে খাপ খোৱা বীজ পাদনৰ ওপৰ জোৰ দিছো

প্রধানমন্ত্রীয়ে ৰোনা মহামাৰীৰ মাজতো বিগত বৰ্ষত বিভিন্ন ৰাজ্যত কাকতী ফৰিঙৰ আক্ৰমণৰ কথা উল্লেখ কৰেতেওঁ কয় যে বহু চেষ্টাৰ পাছত এই আক্ৰমণৰ মোকাবিলা কৰা হৈছেকৃষকসকল ক্ষয়ক্ষতিৰ পৰিমাণ পাৰ্যমানে হ্ৰাস কৰা হৈছে। প্রধানমন্ত্রীয়ে কয় যে যেতিয়া কৃষক আৰু কৃষিকাৰ্যৰ বিষয় নিৰাপত্তা সুনিশ্চিত হয়, তেতিয়া বিকাশ দ্রুতগতিত হয়। তেওঁ জনা যে মাটিৰ সুৰক্ষাৰ বাবে ১১কোটি ভূমি স্বাস্থ্য কার্ড বিতৰণ কৰা হৈছে প্রধানমন্ত্রীয়ে ৰকাৰৰ কৃষক অনুকূল উদ্যোগসমূহৰ তালিকা দাঙি ধৰে তেওঁ কয় যে কৃষকসকলৰ কৃষিকাৰ্যত পর্যাপ্ত পানীৰ ব্যৱস্থা সুনিশ্চিত কৰাৰ বাবে প্রায় ১০০টা অসম্পূৰ্ণ জলসিঞ্চন প্রকল্পৰ কাম সম্পূর্ণ কৰা হৈছে কৃষকসকলে যাতে অধিক শস্য পাব পাৰে, তাৰ বাবে তেওঁলোকক শস্যক ৰোগমুক্ত কৰাৰ বাবে নতুন উন্নত মানৰ বীজ যোগান ধৰা হৈছে তেওঁ লগতে কয় যে কৃষকসকলৰ শস্যৰ ন্যূনতম মজুৰি বৃদ্ধি কৰা হৈছে তদুপৰি, শস্যৰ ক্রয় প্রক্রিয়াতো উন্নতিসাধন কৰা হৈছে৷ ইয়াৰ জৰিয়তে অধিক সংখ্যক কৃষক উপকৃত হৈছে। ৰবি শস্যৰ বতৰত ৩০লাখ মেট্রিক টনৰো অধিক গম ক্ৰয় কৰা হৈছে৷ ইয়াৰ জৰিয়তে কৃষকসকলে ৮৫হাজাৰ কোটি টকাতকৈও অধিক ধন লাভ কৰিছে৷ মহামাৰী সময়ত গম ক্রয় কেন্দ্রসমূহৰ সংখ্যা তিনিগুণ বৃদ্ধি কৰা হৈছে

প্রধানমন্ত্রীয়ে কয় যে কৃষকসকলক প্রযুক্তিৰ সৈতে যুক্ত ৰি তেওঁলোকৰ বেংকৰ পৰা ঋণ লাভৰ প্রক্রিয়া ৰু অধিক সহজ কৰা হৈছে৷ আজি কৃষকসকলে ৰু অধিক ভাল পদ্ধতিত জলবায়ু সংক্রান্তীয় তথ্য লাভ কৰিছে। বৰ্তমান কোটিতকৈও অধিক কৃষকক কিষাণ ক্রেডিট কার্ড প্ৰদান কৰা হৈছে

প্ৰধানমন্ত্ৰীয়ে কয় যে জলবায়ু পৰিৱর্তনৰ কাৰণে নতুন ধৰণৰ কীট তংগ, নতুন ৰোগ, মহামাৰীয়ে দেখা দিছে। ইয়াৰ ফল মানু আৰু পোহনীয়া পশুৰ স্বাস্থ্য বিভিন্ন সমস্যাৰ সন্মুখীণ হৈছে আৰু শস্যৰো ক্ষতি হৈছে৷ এই বিষয়সমূহ ওপৰ বিশেষ লক্ষ্য ৰাখি ৱেষণাৰ প্রয়োজন হৈছে। তেওঁ কয় যে যেতিয়া বিজ্ঞান, চৰকাৰ আৰু সমাজে কেলগে কাম ৰিব, তেতিয়া তাৰ সুফলো লাভ কৰিব৷ কৃষক আৰু বিজ্ঞানীসকলৰ ধৰণৰ যৌথ প্রয়াসে নতুন সমস্যা মোকাবিলা কৰাত দেশক ৰু অধিক শক্তিশালী ৰি তুলিব বুলি কয় প্ৰধানমন্ত্ৰীয়ে৷

প্রধানমন্ত্রীয়ে কয় যে কৃষকসকলক শস্য-ভিত্তিক আয় ব্যৱস্থাপনাৰ বাহিৰলৈ অনাৰ লগতে আৰু তাৰ মূল্য সংযোজন আৰু অন্যান্য কৃষিকাৰ্যৰ বাবে সাহিত কৰাৰ প্রয়াস হাতত লোৱা হৈছে তেওঁ বিজ্ঞান আৰু ৱেষণাৰ মাধ্যমে সমস্যা সমাধান কৰে ৰু কণী ধানকে ধৰি অন্যান্য শস্যৰ পাদন বৃদ্ধিৰ প্রয়োজনীয়তাৰ ওপৰ জোৰ দিয়ে৷ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ইবোৰ স্থানীয় চাহিদা অনুসৰি দেশৰ বিভিন্ন স্থান খেতি কৰা হয়। অহা বছৰটোক ৰাষ্ট্রসংঘ কণী ধানৰ বছৰহিচাপে ঘোষণা ৰিবলৈ ওলাইছে। সেয়েহে ক্ষেত্র দেশবাসীক ৰাষ্ট্রসংঘৰ সা-সুবিধা সদ্ব্যৱহাৰ কৰাৰ বাবে প্রস্তুত থকা বুলি কয়৷

প্রধানমন্ত্রীয়ে কয় যে প্রাচী কৃষি ঐতিহ্যক লগত লৈয়ে ৱিষ্যতৰ দিশত অগ্রসৰ হোৱাটো সমানে গুৰুত্বপূর্ণ। তেওঁ কয় যে আধুনিক প্রযুক্তিৰ তথা নতুন কৃষি সৰঞ্জাম ৱিষ্যতে কৃষি খণ্ডৰ মূল চাবিকাঠি। প্রধানমন্ত্রীয়ে কয়,আধুনিক কৃষি যন্ত্রপাতি আৰু সৰঞ্জাম ব্যৱহাৰৰ সুফল আজি মি প্ৰত্যক্ষ কৰিছো৷

***

DS/AK/DB



(Release ID: 1760804) Visitor Counter : 171