প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ব্লেকষ্টনৰ অধ্যক্ষ, চিইঅ’ আৰু সহ-প্ৰতিষ্ঠাপক শ্ৰীযুত ষ্টিফেন স্বোৱাৰ্জমেনক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 23 SEP 2021 9:27PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰে্ন্দ্ৰ মোদীয়ে ব্লেকষ্টনৰ অধ্যক্ষ, চিইঅ’ আৰু সহ-প্ৰতিষ্ঠাপক শ্ৰীযুত ষ্টিফেন স্বোৱাৰ্জমেনক সাক্ষাৎ কৰে৷
স্বোৱাৰ্জমেনে প্ৰধানমন্ত্ৰীক ভাৰতত চলি থকা ব্লেকষ্টনৰ প্ৰকল্পসমূহৰ সন্দৰ্ভত চমুকৈ কোৱাৰ লগতে আন্তঃগাঁথনি আৰু ৰিয়েল ষ্টেট খণ্ডত অধিক বিনিয়োগৰ বিষয়ে অৱগত কৰে৷ নেচনেল ইনফ্ৰাষ্ট্ৰাকচাৰ পাইপলাইন আৰু নেচনেল মনিটাইজেচন পাইপলাইনৰ বিনিয়োগৰ সুযোগৰ সন্দৰ্ভতো আলোচনা কৰে৷


****


DS/AK/DB
 


(रिलीज़ आईडी: 1760778) आगंतुक पटल : 199
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , Tamil , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Telugu , Kannada