প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নিৰ্বাচনত বিজয়ী হোৱা কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুড’ক অভিনন্দন জনালে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
22 SEP 2021 9:54AM by PIB Guwahati
নিৰ্বাচনত বিজয় সাব্যস্ত কৰা কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুড’ক অভিনন্দন জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;
“নিৰ্বাচনত বিজয় সাব্যস্ত কৰাৰ বাবে আপোনাক অভিনন্দন জনাইছো প্ৰধানমন্ত্ৰী @জাষ্টিন ট্ৰুড! ভাৰত-কানাডাৰ মাজৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰি তোলাৰ লগতে গোলকীয় আৰু অন্য বহুপক্ষীয় প্ৰসংগসমূহত থকা সহযোগিতা বৃদ্ধিৰ বাবে আপোনাৰ সৈতে কাম কৰি যোৱাৰ কামনা কৰিছো”।
****
DS/SH/KB
(रिलीज़ आईडी: 1760770)
आगंतुक पटल : 197
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam