প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

নিৰ্বাচনত বিজয়ী হোৱা কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুড’ক অভিনন্দন জনালে প্ৰধানমন্ত্ৰীয়ে

Posted On: 22 SEP 2021 9:54AM by PIB Guwahati

নিৰ্বাচনত বিজয় সাব্যস্ত কৰা কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুড’ক অভিনন্দন জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।


এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;
“নিৰ্বাচনত বিজয় সাব্যস্ত কৰাৰ বাবে আপোনাক অভিনন্দন জনাইছো প্ৰধানমন্ত্ৰী @জাষ্টিন ট্ৰুড! ভাৰত-কানাডাৰ মাজৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰি তোলাৰ লগতে গোলকীয় আৰু অন্য বহুপক্ষীয় প্ৰসংগসমূহত থকা সহযোগিতা বৃদ্ধিৰ বাবে আপোনাৰ সৈতে কাম কৰি যোৱাৰ কামনা কৰিছো”।

 

****


DS/SH/KB
 



(Release ID: 1760770) Visitor Counter : 81