প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্রধানমন্ত্রীয়ে পেৰালিম্পিক্স গেম্সত হাই জাম্পত ব্র'ঞ্জ পদকজয়ী শাৰদ কুমাৰক অভিনন্দন জনাইছে

পোষ্ট কৰা হৈছে: 31 AUG 2021 6:06PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে টকিঅ'ত অনুষ্ঠিত পেৰালিম্পিক গেম্সত হাই জাম্পত ব্র'ঞ্জ পদক জয়ী শাৰদ কুমাৰক অভিনন্দন জনাইছে।

 

এটা টুইট বার্তাত প্রধানমন্ত্রীয়ে কৈছে, "অপৰাজেয় শাৰদ কুমাৰে ব্র'ঞ্জ পদক জিকি প্রতিজন ভাৰতীয়ৰ মুখলৈ হাঁহি আনি দিছে। তেওঁৰ জীৱনযাত্রাই বহুতকেই অনুপ্রাণিত কৰিব। তেওঁক অভিনন্দন।

****

 

DS/SH


(ৰিলিজ আই ডি : 1754301) অতিথি কক্ষ : 148