প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পেৰালিম্পিক গেমছত বেডমিণ্টনত ৰূপৰ পদক বিজয়ী সুহাস য়াথিৰাজক অভিনন্দন জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 05 SEP 2021 9:12AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টকিঅ’ত অনুষ্ঠিত পেৰালিম্পিক গেমছত বেডমিণ্টনত ৰূপৰ পদক বিজয়ী সুহাস য়াথিৰাজক অভিনন্দন জ্ঞাপন কৰিছে।

 

 

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

‘সেৱা আৰু ক্ৰীড়াৰ এক চমৎকাৰ সংগম! @dmgbnagar সুহাস য়াথিৰাজে তেওঁৰ ব্যতিক্ৰমী ক্ৰীড়া প্ৰদৰ্শনৰ জৰিয়তে সমগ্ৰ দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। বেডমিণ্টনত ৰূপৰ পদক জয় কৰাৰ বাবে তেওঁক অভিনন্দন। তেওঁৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে তেওঁক শুভেচ্ছা জনাইছোঁ।’
 

****

DS/SH/KG


(रिलीज़ आईडी: 1752489) आगंतुक पटल : 190
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam