প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰতৰ চাৰিটা স্থানে ৰামছৰ স্বীকৃতি পোৱাটো আমাৰ বাবে গৌৰৱৰ বিষয়ঃ প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 14 AUG 2021 6:54PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতৰ চাৰিটা স্থানে ৰামছৰ স্বীকৃতি পোৱাটো আমাৰ বাবে গৌৰৱৰ বিষয়৷

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী শ্ৰী ভূপেন্দ্ৰৰ যাদৱৰ টুইটাৰৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়, “ভাৰতৰ চাৰিটা স্থানে ৰামছৰ স্বীকৃতি পোৱাটো আমাৰ বাবে গৌৰৱৰ বিষয়৷ ই পুনৰবাৰ প্ৰাকৃতিক আৱাসস্থল সংৰক্ষণ, জৈৱ-বৈচিত্ৰতা সংৰক্ষণৰ দিশত কাম-কাজৰ লগতে এক সেউজ পৃথিৱী গঢ়াত ভাৰতৰ শ শ বছৰ পুৰণি পৰম্পৰাক প্ৰতিফলিত কৰিছে৷”

***

DS/SH/DB


(रिलीज़ आईडी: 1746312) आगंतुक पटल : 198
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Urdu , English , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam