পোষ্ট কৰা হৈছে:
07 AUG 2021 5:24PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টকিঅ’ অলিম্পিক, ২০২০ ত মল্লযুদ্ধত ব্ৰঞ্জৰ পদক অৰ্জনৰ বাবে বজৰং পুনিয়াক অভিনন্দন জ্ঞাপন কৰিছে।
এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
"#Tokyo2020 ৰপৰা আনন্দদায়ক খবৰ লাভ কৰা গৈছে! @BajrangPunia ই লক্ষ্যণীয় যুঁজ দিলে। আপোনাৰ সাফল্যৰ বাবে অভিনন্দন জনালো, যিয়ে প্ৰতিজন ভাৰতীয়কে গৌৰৱান্বিত আৰু আনন্দিত কৰিলে।"
***
DS/SH/SB