প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

টকিঅ’ অলিম্পিক ২০২০ৰ জেভেলিন থ্ৰ’ত স্বৰ্ণ পদক জয় কৰাৰ বাবে নীৰজ চোপ্ৰাক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

प्रविष्टि तिथि: 07 AUG 2021 6:00PM by PIB Guwahati

টকিঅ’ অলিম্পিক, ২০২০ত জেভেলিন থ্ৰ’ত স্বর্ণ পদক জয় কৰাৰ বাবে নীৰজ চোপ্ৰাক প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে অভিনন্দন জনায়৷ প্রধানমন্ত্রীয়ে লগতে কয় যে যে নীৰজে এক অনবদ্য আবেগ লৈ খেলিলে আৰু তেওঁ অসাধাৰণ ধৈর্য প্ৰদৰ্শন কৰিলে।

টুইটাৰযোগে প্রধানমন্ত্রীয়ে কয়, “ টকিঅ’ত ইতিহাস ৰচনা হ’ল! @Neeraj_chopra1ই আজি যি অর্জন কৰিছে, সেয়া চিৰস্মৰণীয় হৈ থাকিব। তৰুণ নীৰজে দুর্দান্ত খেল খেলিলে৷ তেওঁ এক অনবদ্য আবেগ লৈ খেলিলে আৰু অসাধাৰণ ধৈর্য প্ৰদৰ্শন কৰিলে। #Tokyo2020ত স্বর্ণ পদক জয়ৰ বাবে তেওঁক অভিনন্দন জনাইছো৷

***

DS/SH/DB


(रिलीज़ आईडी: 1743817) आगंतुक पटल : 208
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam