প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

সামান্য ব্যৱধানত দীপক পুনীয়াই ব্ৰঞ্জৰ পদক হেৰুৱালেও তেওঁ আমাৰ অন্তৰ জয় কৰিলে : প্ৰধানমন্ত্ৰী

পোষ্ট কৰা হৈছে: 05 AUG 2021 5:42PM by PIB Guwahati

সামান্য ব্যৱধানত দীপক পুনীয়াই ব্ৰঞ্জৰ পদক হেৰুৱালেও আমাৰ অন্তৰ জয় কৰিবলৈ সক্ষম হ’ল বুলি অভিমত ব্যক্ত কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে তেওঁক ধৈৰ্য আৰু প্ৰতিভাৰ আকৰ বুলিও অভিহিত কৰে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়,

“সামান্য ব্যৱধানত দীপক পুনীয়াই ব্ৰঞ্জৰ পদক হেৰুৱালেও তেওঁ আমাৰ অন্তৰ জয় কৰিলে। তেওঁ ধৈৰ্য আৰু প্ৰতিভাৰ আকৰ। ভৱিষ্যতৰ প্ৰতিটো প্ৰয়াসলৈ মই দীপকক শুভকামনা যাঁচিলো। #Tokyo2020

 

****

DS/SH/KB


(ৰিলিজ আই ডি : 1743432) অতিথি কক্ষ : 234