প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বিহাৰৰ প্ৰগতিৰ অৰ্থে গুৰুত্বপূৰ্ণ যোগাযোগ ব্যৱস্থাত উদ্দীপনা যোগোৱা দ্বাৰভাঙা বিমানবন্দৰক লৈ সন্তোষ প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
23 JUL 2021 7:41PM by PIB Guwahati
বিহাৰৰ প্ৰগতিৰ অৰ্থে যোগাযোগ ব্যৱস্থাত উদ্দীপনা যোগোৱা আৰু এটা গুৰুত্বপূৰ্ণ অৱদানকাৰী হৈ পৰা দ্বাৰভাঙা বিমানবন্দৰক লৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সন্তোষ প্ৰকাশ কৰিছে।
এজন যাত্ৰীৰ এটা টুইটৰ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবুলি টুইট কৰে;
"জানি সন্তোষ পালো!
আমি বিমান পৰিবহণ খণ্ডটোৰে সম্পৰ্কীয় যোগাযোগ ব্যৱস্থা আৰু সুবিধাৰ বৰ্ধনৰ অৰ্থে কাম কৰি আছো।
বিহাৰৰ প্ৰগতিৰ অৰ্থে দ্বাৰভাঙা বিমানবন্দৰ এটা গুৰুত্বপূৰ্ণ অৱদানকাৰী হৈ পৰিছে।"
***
DS/SH/SB
(रिलीज़ आईडी: 1740497)
आगंतुक पटल : 198
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam