প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

গুজৰাটৰ প্রাক্তন মন্ত্রী শ্রী দেৱানন্দভাই ছোলাঙ্কিৰ প্রয়াণত প্রধানমন্ত্রীৰ শোক প্রকাশ

পোষ্ট কৰা হৈছে: 17 JUL 2021 11:30PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে গুজৰাটৰ প্রাক্তন মন্ত্রী শ্রী দেৱানন্দভাই ছোলাঙ্কিৰ প্রয়াণত শোক প্রকাশ কৰিছে।

এটা ট্যুইটবার্তাত প্রধানমন্ত্রীয়ে কৈছে, “গুজৰাটৰ প্রাক্তন মন্ত্রী শ্রী দেৱানন্দভাই ছোলাঙ্কিৰ প্রয়াণত মই মর্মাহত। সামাজিক নানা কামত তেওঁৰ অবদান চিৰস্মৰণীয় হৈ থাকিব। তেওঁৰ বিদেহী আত্মাৰ শান্তি কামনা কৰিছো আৰু শোকসন্তপ্ত পৰিয়ালক সমবেদনা জনাইছো ...... ওঁ শান্তি।“

*********

DS/SH


(ৰিলিজ আই ডি : 1737007) অতিথি কক্ষ : 230