প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পুডুচেৰীত নতুনকৈ শপত গ্ৰহণ কৰা মন্ত্ৰীসকলক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
27 JUN 2021 6:08PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুডুচেৰীত মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, ‘আজি পুডুচেৰীত মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই দলটোৱে দৃঢ়তাৰে কাম কৰক আৰু পুডুচেৰীৰ জনতাৰ আশা-আকাংক্ষা পূৰণ কৰক।’
****
DS/SH/KG
(ৰিলিজ আই ডি : 1732543)
অতিথি কক্ষ : 177
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam