প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

সংস্কাৰ তথা নীতি-নিৰ্দ্ধাৰণ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে প্ৰেৰণ কৰিলে ‘ব্লগ বাৰ্তা’

আস্থা আৰু উদগণিৰে সংস্কাৰ

प्रविष्टि तिथि: 22 JUN 2021 2:50PM by PIB Guwahati

সংস্কাৰ, কেন্দ্ৰ-ৰাজ্যৰ অংশীদাৰিত্ব, ক’ভিড-কালত উদ্ভাৱনশীল নীতি নিৰ্দ্ধাৰণ সন্দৰ্ভত যুগুতোৱা ‘ব্লগ বাৰ্তা’ প্ৰেৰণ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। এই বাৰ্তাটো ‘লিংকডইন প্লেটফৰ্ম’( LinkedIn platform)ত প্ৰেৰণৰ দিহা কৰা হৈছে।

এই সন্দৰ্ভত প্ৰকাশ কৰা এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়:

“ক’ভিড-কালত উদ্ভাৱনশীল নীতি নিৰ্দ্ধাৰণ সন্দৰ্ভত যুগুতোৱা দৃঢ়তাপূৰ্ণ আস্থা আৰু উদগণিৰে সংস্কাৰ...মোৰ @LinkedIn ত প্ৰেৰণ কৰা ‘ব্লগ বাৰ্তা’টো, কেন্দ্ৰ-ৰাজ্যৰ অংশীদাৰিত্বৰ ধাৰণাৰে উদ্বুদ্ধ”।

 

https://www.linkedin.com/pulse/reforms-conviction-incentives-narendra-modi/?published=t

 

***

DS/KB


(रिलीज़ आईडी: 1729597) आगंतुक पटल : 182
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Marathi , English , Urdu , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam