প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে গুজৰাটত এক পথ দূৰ্ঘটনাত মানুহৰ মৃ্ত্যু হোৱা ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে

ভুক্তভোগীলৈ আৰ্থিক অনুদান ঘোষণা

পোষ্ট কৰা হৈছে: 16 JUN 2021 2:11PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ আনন্দ জিলাত সংঘটিত এক পথ দূৰ্ঘটনাত মানুহৰ মৃত্যু হোৱা ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ লগতে ভুক্তভোগীলৈ আৰ্থিক অনুদানো ঘোষণা কৰিছে।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ে এইদৰে টুইট কৰিছে, "গুজৰাটৰ আনন্দ জিলাত সংঘটিত এক পথ দূৰ্ঘটনাত মানুহৰ মৃত্যু হোৱা ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছো। নিহত লোকসকলৰ পৰিয়ালবৰ্গ আৰু নিকট আত্মীয়ৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো। দূৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ পৰিয়ালবৰ্গলৈ ২লাখকৈ টকাৰ আৰ্থিক অনুদান আগবঢ়োৱা হ’ব।"

***

DS/SH/MS


(ৰিলিজ আই ডি : 1728851) অতিথি কক্ষ : 157