প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্রধানমন্ত্রীয়ে কিউএছ ৱৰ্ল্ড ইউনিভাৰছিটী ৰেংকিং ২০২২ৰ শীৰ্ষ ২০০ৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ বাবে আইআইটি বোম্বাই, আইআইটি দিল্লী আৰু আইআইএছচি বেংগালুৰুক অভিনন্দন জনায়

আইআইএছচি বেংগালুৰু গৱেষণাৰ বাবে বিশ্বত প্ৰথম স্থানত

प्रविष्टि तिथि: 09 JUN 2021 7:56PM by PIB Guwahati

প্রধানমন্ত্রী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কিউএছ ৱৰ্ল্ড ইউনিভাৰছিটী ৰেংকিং ২০২২ৰ শীৰ্ষ ২০০ প্ৰতিষ্ঠানৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ বাবে আইআইটি বোম্বাই, আইআইটি দিল্লী আৰু আইআইএছচি বেংগালুৰুক অভিনন্দন জনাইছে।

 

প্ৰধানমন্ত্ৰীয়ে এটা টুইটত কয়ঃ '@iiscbangalore @iitbombay আৰু @iitdelhiক অভিনন্দন। ভাৰতৰ অধিকতকৈও অধিক বিশ্ববিদ্যালয় আৰু প্ৰতিষ্ঠানৰ দ্বাৰা বৈশ্বিক উৎকৃষ্টতা সুনিশ্চিত কৰা আৰু যুৱক-যুৱতীৰ মাজত বৌদ্ধিক দক্ষতাৰ সমৰ্থন কৰিবৰ বাবে প্ৰয়াস চলাই থকা হৈছে।'

 

****

DS


(रिलीज़ आईडी: 1726014) आगंतुक पटल : 180
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali , English , Urdu , Marathi , हिन्दी , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam