প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

টাইমছ গ্ৰুপৰ অধ্যক্ষ ইন্দু জৈনৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

Posted On: 13 MAY 2021 11:06PM by PIB Guwahati

টাইমছ গ্ৰুপৰ অধ্যক্ষ ইন্দু জৈন জীৰ দেহাৱসানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে।

এটা টুইটত, শ্ৰী মোদীয়ে কয়ঃ

"টাইমছ গ্ৰুপৰ অধ্যক্ষ ইন্দু জৈন জীৰ মৃত্যুত শোকবিহ্বল হৈ পৰিছো। তেওঁৰ সমাজ সেৱাৰ প্ৰচেষ্টা, ভাৰতৰ প্ৰগতিৰ অৰ্থে অনুৰাগ আৰু আমাৰ সংস্কৃতিৰ প্ৰতি বদ্ধমূল আগ্ৰহৰ বাবে তেওঁ স্মৰণীয় হৈ থাকিব। তেওঁৰে সৈতে আমাৰ হোৱা মত-বিনিময়ৰ কথা স্মৰণ কৰিছো। তেওঁৰ পৰিয়ালবৰ্গলৈ সমবেদনা জনালো। ঔম শান্তি।"

Saddened by the demise of Times Group Chairperson Smt. Indu Jain Ji. She will be remembered for her community service initiatives, passion towards India’s progress and deep-rooted interest in our culture. I recall my interactions with her. Condolences to her family. Om Shanti.

— Narendra Modi (@narendramodi) May 13, 2021

*****

DS/AKJ/SB



(Release ID: 1721113) Visitor Counter : 86