স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

বৈশ্বিক সাহাৰ্য্য হিচাপে অক্সিজেন কনচেনট্ৰেটৰ, চিলিণ্ডাৰ, জেনেৰেশ্যন প্লান্ট আৰু ৩ লাখৰো অধিক বটল ৰেমডেচিভিৰ লাভ কৰা হৈছে আৰু এইসমূহে ক’ভিড-১৯ ৰ বিৰুদ্ধে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ যুঁজ ত্বৰান্বিত কৰিব

ভাৰতৰ মুঠ টিকাদান ক’ভাৰেজে ১৭ কোটি পালিৰ সীমাত উপনীত হৈছে

বৈশ্বিকভাৱে ভাৰতে ক্ষীপ্ৰতাৰে ১৭ কোটি পালি ভেকচিন প্ৰদান কৰিছে

১৮-৪৪ বছৰ বয়সৰ ২০.৩১ লাখৰো অধিক হিতাধিকাৰীক ভেকচিন প্ৰদান কৰা হৈছে

যোৱা ১০ দিনত দৈনিক গড়ে ৩.২৮ লাখৰো অধিক ঘটনাৰ আৰোগ্য লাভ

Posted On: 10 MAY 2021 10:49AM by PIB Guwahati

এতিয়ালৈকে বৈশ্বিক সাহাৰ্য্য হিচাপে ভাৰতে লাভ কৰা ৬,৭৩৮ অক্সিজেন কনচেনট্ৰেটৰ, ৩,৮৫৬ অক্সিজেন চিলিণ্ডাৰ, ১৬ অক্সিজেন জেনেৰেশ্যন প্লান্ট, ৪,৬৬৮ ভেন্টিলেটৰ/ Bi PAP/ C PAP আৰু ৩ লাখৰো অধিক বটল ৰেমডেচিভিৰ, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ তেওঁলোকৰ আন্তঃগাঁথনি বৃদ্ধি আৰু পৰিপূৰণৰ অৰ্থে বিতৰণ/প্ৰেৰণ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰখনে দ্ৰুত কাষ্টম মঞ্জুৰী আৰু বায়ু আৰু স্থল পথ ব্যৱহাৰৰ জৰিয়তে বৈশ্বিক সাহাৰ্য্যসমূহ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ ক্ষীপ্ৰতাৰে সৰবৰাহ কৰাটো নিশ্চিত কৰিছে।

আন এটি লক্ষ্যণীয় সফলতা হিচাপে, সম্প্ৰসাৰিত ৰাষ্ট্ৰজোৰা টিকাদান অভিযানৰ ৩য়-পৰ্যায় হিচাপে সমগ্ৰ দেশখনতে প্ৰদান কৰা ক’ভিড-১৯ ভেকচিন পালিৰ মুঠ সংখ্যাই ১৭ কোটিৰ সীমা অতিক্ৰম কৰিছে।

বৈশ্বিকভাৱে ক্ষীপ্ৰতৰ দেশ হিচাপে ভাৰতে ১৭ কোটি পালি ক’ভিড ভেকচিন প্ৰদান কৰিছে। একেই সীমাত উপনীত হ’বলৈ চীনক ১১৯ দিন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰক ১১৫ দিন লাগে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image001X3B0.jpg

আজি পুৱা ৭ বজালৈকে লাভ কৰা অস্থায়ী প্ৰতিবেদন অনুসৰি, ২৪,৭০,৭৯৯ ছেচনজুৰি মুঠ ১৭,০১,৭৬,৬০৩ পালি ভেকচিন প্ৰদান কৰা হয়। ইয়াৰ অন্তৰ্ভুক্ত হৈছেঃ ৯৫,৪৭,১০২ হেল্থ কেয়াৰ কৰ্মীক ১ম পালি আৰু ৬৪,৭১,৩৮৫ হেল্থ কেয়াৰ কৰ্মীক ২য় পালি, ১,৩৯,৭২,৬১২ ফ্ৰন্ট লাইন কৰ্মী (১ম পালি), ৭৭,৫৫,২৮৩ ফ্ৰন্ট লাইন কৰ্মী (২য় পালি), ১৮-৪৫ বছৰ বয়সৰ ২০,৩১,৮৫৪ হিতাধিকাৰী (১ম পালি), ৪৫ ৰপৰা ৬০ বছৰ বয়সৰ ৫,৫১,৭৯,২১৭ হিতাধিকাৰী (১ম পালি) আৰু ৬৫,৬১,৮৫১ হিতাধিকাৰী (২য় পালি)। ৬০ বছৰ বয়সৰ উৰ্ধ ৫,৩৬,৭৪,০৮২ হিতাধিকাৰীক ১ম পালি আৰু ১,৪৯,৮৩,২১৭ হিতাধিকাৰীক ২য় পালি প্ৰদান কৰা হৈছে।

হেল্থ কেয়াৰ কৰ্মী

১ম পালি

৯৫,৪৭,১০২

২য় পালি

৬৪,৭১,৩৮৫

ফ্ৰন্ট লাইন কৰ্মী

১ম পালি

১,৩৯,৭২,৬১২

২য় পালি

৭৭,৫৫,২৮৩

১৮-৪৪ বছৰ বয়স

১ম পালি

২০,৩১,৮৫৪

৪৫ ৰপৰা ৬০ বছৰ বয়স

১ম পালি

৫,৫১,৭৯,২১৭

২য় পালি

৬৫,৬১,৮৫১

৬০ বছৰ বয়সৰ উৰ্ধ

১ম পালি  

৫,৩৬,৭৪,০৮২

২য় পালি

১,৪৯,৮৩,২১৭

 

মুঠ

১৭,০১,৭৬,৬০৩

দেশখনত এতিয়ালৈকে প্ৰদান কৰা মুঠ পালিৰ ৬৬.৭৯% প্ৰদান কৰা হৈছে দহখন ৰাজ্যত।

https://static.pib.gov.in/WriteReadData/userfiles/image/image002YZRF.jpg

আজি ১৮-৪৪ বছৰ বয়সৰ ২,৪৬,২৬৯ হিতাধিকাৰীয়ে প্ৰথম পালি কভিড ভেকচিন গ্ৰহণ কৰে আৰু যোৱা ২৪ ঘন্টাত ৩০ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত মুঠ ২০,৩১,৮৫৪। তলত উল্লেখিত তালিকাত এতিয়ালৈকে ১৮-৪৪ বছৰ বয়সৰ হিতাধিকাৰীয়ে লাভ কৰা মুঠ ভেকচিনৰ পালিৰ পৰিসংখ্যা উল্লেখ কৰা হৈছে।

ক্ৰমিক নং

ৰাজ্য

মুঠ

আন্দামান ও নিকোবৰ দ্বীপপুঞ্জ

৯০৪

অন্ধ্ৰ প্ৰদেশ

৫২০

অসম

৮০,৭৯৬

বিহাৰ

৮৮,৭৪৩

চণ্ডীগড়

চত্তীশগড়

১,০২৬

দিল্লী

৩,০২,১৫৩

গোৱা

১,১২৬

গুজৰাট

২,৯৪,৭৮৫

১০

হাৰিয়ানা

২,৫৪,৮১১

১১

হিমাচল প্ৰদেশ

১৪

১২

জম্মু ও কাশ্মীৰ

২৮,৬৫৮

১৩

ঝাৰখণ্ড

৮২

১৪

কৰ্ণাটক

১০,৭৮২

১৫

কেৰালা

২০৯

১৬

লাডাখ

৮৬

১৭

মধ্য় প্ৰদেশ

২৯,৩২২

১৮

মহাৰাষ্ট্ৰ

৪,৩৬,৩০২

১৯

মেঘালয়

২০

নাগালেণ্ড

২১

ওড়িশা

৪২,৯৭৯

২২

পুডুচেৰী

২৩

পঞ্জাৱ

৩,৫৩১

২৪

ৰাজস্থান

৩,১৬,৭৬৭

২৫

তামিল নাডু

১৪,১৫৩

২৬

তেলেংগানা

৫০০

২৭

ত্ৰিপুৰা

২৮

উত্তৰ প্ৰদেশ

১,১৮,০০৮

২৯

উত্তৰাখণ্ড

২১

৩০

পশ্চিম বংগ

৫,৫৬৭

মুঠ

২০,৩১,৮৫৪

যোৱা ২৪ ঘন্টাত ৬.৮ লাখৰো অধিক পালি ভেকচিন প্ৰদান কৰা যায়।

টিকাদান অভিযানৰ ১১৪-সংখ্যক দিন (৯ মে’, ২০২১) ত, ৬,৮৯,৬৫২ পালি ভেকচিন প্ৰদান কৰা হয়। ৫,৬৮৫ ছেচনজুৰি, ৪,০৫,৩২৫ হিতাধিকাৰীক ১ম পালি আৰু ২,৮৪,৩২৭ হিতাধিকাৰীক ২য় পালি ভেকচিন প্ৰদান কৰা হয়।

তাৰিখঃ ৯ মে, ২০২১ (দিন-১১৪)

হেল্থ কেয়াৰ কৰ্মী

১ম পালি

,৮৯৭

২য় পালি

,১৯২

ফ্ৰন্ট লাইন কৰ্মী

১ম পালি

২৬,০৮২

২য় পালি

২১,৫৯৯

১৮-৪৪ বছৰ বয়স

১ম পালি

,৪৬,২৬৯

৪৫ ৰপৰা ৬০ বছৰ বয়স

১ম পালি

৯২,৭৬৯

২য় পালি

,৩৮,১৯৮

৬০ বছৰ বয়সৰ উৰ্ধ

১ম পালি

৩৫,৩০৮

২য় পালি

,১৭,৩৩৮

মুঠ

১ম পালি

,০৫,৩২৫

২য় পালি

,৮৪,৩২৭

আজি ভাৰতত মুঠ আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হয় ১,৮৬,৭১,২২২ টা। ৰাষ্ট্ৰীয় আৰোগ্য লাভৰ হাৰ হয় ৮২.৩৯%।

যোৱা ২৪ ঘন্টাত ৩,৫৩,৮১৮ ৰোগীয়ে আৰোগ্য লাভ কৰে।

নতুন আৰোগ্য লাভৰ ঘটনাৰ ৭৪.৩৮% হৈছে দহখন ৰাজ্যৰ।

https://static.pib.gov.in/WriteReadData/userfiles/image/image0037Y8W.jpg

যোৱা ১০ দিনত দৈনিক গড়ে ৩.২৮ লাখৰো অধিক ঘটনাৰ আৰোগ্য লাভ।

https://static.pib.gov.in/WriteReadData/userfiles/image/image00435N5.jpg

যোৱা ২৪ ঘন্টাত ৩,৬৬,১৬১ টা নতুন ঘটনা লাভ কৰা যায়।

যোৱা ২৪ ঘন্টাত লাভ কৰা নতুন ঘটনাৰ ৭৩,৯১% লাভ কৰা যায় দহখন ৰাজ্যত।

মহাৰাষ্ট্ৰত দৈনিক নতুন ঘটনা সৰ্বাধিক ৪৮,৪০১ টা। ইয়াৰ পাছতেই কৰ্ণাটকত ৪৭,৯৩০ টাৰ সমান্তৰালভাৱে কেৰালাত ৩৫,৮০১ টা নতুন ঘটনা লাভ কৰা হৈছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image005WN6Y.jpg

ভাৰতৰ মুঠ সক্ৰিয় কেছল’ড ৩৭,৪৫,২৩৭ হৈছেগৈ। এতিয়া ইয়াৰ হাৰ দেশখনৰ মুঠ পজিটিভ ঘটনাৰ ১৬.৫৩%। যোৱা ২৪ ঘন্টাত মুঠ সক্ৰিয় কেছল’ডৰপৰা ৮,৫৮৯ টা ঘটনা হ্ৰাস পাইছে।

ভাৰতৰ মুঠ সক্ৰিয় ঘটনাৰ ৮২.৮৯% লাভ কৰা যায় ১৩ খন ৰাজ্যত।

https://static.pib.gov.in/WriteReadData/userfiles/image/image006MLEU.jpg

ৰাষ্ট্ৰীয় মৃত্যুৰ হাৰ অৱনমিত হৈ আছে আৰু সম্প্ৰতি ১.০৯% হৈছে।

যোৱা ২৪ ঘন্টাত ৩,৭৫৪ টা মৃত্যুৰ ঘটনা সংঘটিত হৈছে।

নতুন মৃত্যুৰ ঘটনাৰ ৭২.৮৬% সংঘটিত হৈছে দহখন ৰাজ্যত। মহাৰাষ্ট্ৰত মৃত্যুৰ ঘটনা সৰ্বাধিক ৫৭২ টা। ইয়াৰ পাছতেই কৰ্ণাটকত ৪৯০ টা দৈনিক মৃত্যুৰ ঘটনা সংঘটিত হৈছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image0075UEX.jpg

যোৱা ২৪ ঘন্টাত তিনি ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত এটাও কভিড-১৯ জনিত মৃত্যুৰ ঘটনা সংঘটিত হোৱা নাই। সেয়া হৈছেঃ দমন ও ডিউ, দাদৰা ও নগৰ হাভেলী, অৰুণাচল প্ৰদেশ আৰু লক্ষদ্বীপ।

****

MV/SB

HFW/COVID States data/10th May2021/2



(Release ID: 1717486) Visitor Counter : 223