প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মিজোৰামৰ সংঘটিত হোৱা বনজুঁই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 26 APR 2021 3:25PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মিজোৰামৰ মুখ্যমন্ত্ৰী শ্ৰী জোৰামথাঙ্গাৰ সৈতে কথা পাতি ৰাজ্যখনৰ কিছু অংশত বনজুইৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ বুজ লয়।

 

"মিজোৰামৰ মুখ্যমন্ত্ৰী শ্ৰীযুত জোৰামাথাঙ্গাৰ সৈতে কথা পাতি ৰাজ্যখনৰ কিছু অংশত বনজুইৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ বুজ লয়। তেওঁ তেওঁলোকক সংকটৰ মোকাবিলা কৰিবলৈ কেন্দ্ৰৰ পৰা সকলো সম্ভৱ সহায়ৰ আশ্বাস দিছিল। আমি সকলোৱে মিজোৰামৰ জনসাধাৰণৰ সুৰক্ষা আৰু দক্ষতাৰ বাবে প্ৰাৰ্থনা জনাইছো। "

 

*******

DS/RD


(रिलीज़ आईडी: 1715711) आगंतुक पटल : 227
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam