প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ইণ্টেলৰ চিইঅ'ৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ

प्रविष्टि तिथि: 13 APR 2021 10:01PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ইণ্টেলৰ চিইঅ' পেট জেলিংগাৰৰ সৈতে বাৰ্তালাপ কৰে।

 

শ্ৰী মোদীয়ে এটা টুইটত কয়, 'ইণ্টেলৰ চিইঅ' পেট জেলিংগাৰৰ সৈতে বাৰ্তালাপ কৰিলো। মানৱীয় বিকাশক আগবঢ়াই নিয়াত প্ৰযুক্তিৰ ভূমিকা, ডিজিটেল ইণ্ডিয়াৰ প্ৰয়াস আৰু ভাৰতত বিনিয়োগৰ সুযোগৰ ওপৰত ব্যাপক আলোচনা হয়।'

********

DS


(रिलीज़ आईडी: 1712214) आगंतुक पटल : 199
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam