প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

পুথান্দু উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

Posted On: 14 APR 2021 9:08AM by PIB Guwahati

তামিল নাডুৰ লগতে পৃথিৱীৰ প্ৰান্তে প্ৰান্তে সিঁচৰতি হৈ থকা তামিল ভাতৃ-ভগ্নীসকললৈ পুথান্দু উপলক্ষে শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে।

এক শুভেচ্ছা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰি কয়, “তামিল সংস্কৃতিৰ মাহাত্ম্য সদায়ে উজ্জীৱিত হৈ ৰওক। এই আনন্দময় পবিত্ৰ দিৱসত নৱ বৰ্ষই সকলোকে সুস্থ জীৱন দান কৰাৰ লগতে সুখ আৰু সমৃদ্ধিৰে পূৰ্ণ কৰি তুলিব বুলি কামনা কৰিলো”।

 

********

DS/KB



(Release ID: 1711917) Visitor Counter : 142