প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নাভেৰেহ উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
পোষ্ট কৰা হৈছে:
13 APR 2021 9:02AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক নাভেৰেহৰ শুভেচ্ছা জ্ঞাপন কৰিছে।
এটা টুইটত, শ্ৰী মোদীয়ে কয়
“আপোনালোক সকলোকে নাভেৰেহৰ শুভেচ্ছা জনালো! নাভেৰেহৰ বিশেষ উপলক্ষত, সুখ আৰু সফলতাৰে পৰিপূৰ্ণ এটি বছৰৰ বাবে প্ৰাৰ্থনা জনাইছো। তদুপৰি মই প্ৰত্যেকৰে সু স্বাস্থ্য আৰু কল্যাণৰ নিমিত্তে প্ৰাৰ্থনা কৰিছো।”
*****
DS/SB
(ৰিলিজ আই ডি : 1711681)
অতিথি কক্ষ : 187
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam