প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভিন্ন উৎসৱ উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

प्रविष्टि तिथि: 13 APR 2021 9:16AM by PIB Guwahati

এই উৎসৱসমূহে ভাৰতৰ বৈচিত্ৰ্য আৰু ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ উদ্দীপনা থূপাই প্ৰদৰ্শন কৰিছেঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰ আৰু পৰৱৰ্তী কেইবাদিন ধৰি উদযাপন কৰিবলগীয়া উৎসৱসমূহৰ উপলক্ষত জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। তেখেতে কয়, “এই উৎসৱসমূহে ভাৰতৰ বৈচিত্ৰ্য আৰু ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ উদ্দীপনা থূপাই প্ৰদৰ্শন কৰিছে।”

*****

DS/SB


(रिलीज़ आईडी: 1711335) आगंतुक पटल : 213
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam