স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

যোৱা ২৪ ঘন্টাত প্ৰায় ৩০ লাখ পালি ভেকচিন প্ৰদানৰে ভাৰতৰ মুঠ টিকাদান ক’ভাৰেজে অতিক্ৰম কৰিলে ৯ কোটি

বৈশ্বিকভাৱে, দৈনিক গড়ে ৩৪ লাখ পালিৰো অধিকৰে ভাৰতৰ আধিপত্য

১০ ৰাজ্যত দৈনিক নতুন ঘটনা উৰ্ধমুখী হৈ পৰাত ৰাষ্ট্ৰীয় পজিটিভিটি হাৰ ২.১৯% ৰপৰা ৮.৪০% লৈ বৃদ্ধি

Posted On: 08 APR 2021 11:29AM by PIB Guwahati

বৈশ্বিক মহামাৰীটোৰ বিৰুদ্ধে সন্মিলিত আৰু সহযোগী যুঁজখনত, এই বৰ্ষৰ ১৬ জানুৱাৰীত আৰম্ভ কৰা বিশ্বখনৰ সৰ্ববৃহৎ টিকাদান কাৰ্যক্ৰমৰ অধীনত ভাৰতে এটা লক্ষ্যণীয় মাইলৰ খুঁটি অতিক্ৰম কৰিলে। আজি দেশখনত প্ৰদান কৰা ক’ভিড-১৯ ভেকচিন পালিৰ মুঠ সংখ্যাই ৯ কোটি অতিক্ৰম কৰিলে।

ক্ৰমবৰ্ধমানভাৱে, আজি পুৱা ৭ বজা পৰ্যন্ত লাভ কৰা অস্থায়ী প্ৰতিবেদন অনুসৰি, ১৩,৭৭,৩০৪ ছেচনজুৰি ৯,০১,৯৮,৬৭৩ পালি ভেকচিন প্ৰদান কৰা হয়। ইয়াৰ অন্তৰ্ভুক্ত হৈছেঃ ৮৯,৬৮,১৫১ হেল্থ কেয়াৰ কৰ্মীক ১ম পালি আৰু ৫৪,১৮,০৮৪ হেল্থ কেয়াৰ কৰ্মীক ২য় পালি, ৯৭,৬৭,৫৩৮ ফ্ৰন্ট লাইন কৰ্মী (১ম পালি), ৪৪,১১,৬০৯ ফ্ৰন্ট লাইন কৰ্মী (২য় পালি), ৬০ বছৰ বয়সৰ উৰ্ধ ৩,৬৩,৩২,৮৫১ হিতাধিকাৰীক ১ম পালি আৰু ১১,৩৯,২৯১ হিতাধিকাৰীক ২য় পালি আৰু ৪৫ ৰপৰা ৬০ বছৰ বয়সৰ ২,৩৬,৯৪,৪৮৭ হিতাধিকাৰী (১ম পালি) আৰু ৪,৬৬,৬৬২ হিতাধিকাৰী (২য় পালি)।

হেল্থ কেয়াৰ কৰ্মী

ফ্ৰন্ট লাইন কৰ্মী

৪৫ বছৰ বয়সৰ উৰ্ধ

৬০ বছৰ বয়সৰ উৰ্ধ

 

মুঠ

১ম পালি

২য় পালি

১ম পালি

২য় পালি

১ম পালি

২য় পালি

১ম পালি

২য় পালি

৮৯,৬৮,১৫১

৫৪,১৮,০৮৪

৯৭,৬৭,৫৩৮

৪৪,১১,৬০৯

২,৩৬,৯৪,৪৮৭

৪,৬৬,৬৬২

৩,৬৩,৩২,৮৫১

১১,৩৯,২৯১

৯,০১,৯৮,৬৭৩

এতিয়ালৈকে দেশখনত প্ৰদান কৰা মুঠ পালিৰ ৬০% প্ৰদান কৰা হৈছে আঠখন ৰাজ্যত।

যোৱা ২৪ ঘন্টাত প্ৰায় ৩০ লাখ পালি ভেকচিন প্ৰদান কৰা হয়।

টিকাদান কাৰ্যক্ৰমৰ ৮২-সংখ্যক দিন (৭ এপ্ৰিল, ২০২১) অনুসৰি, ২৯,৭৯,২৯২ পালি ভেকচিন প্ৰদান কৰা হয়। ইয়াৰ ভিতৰত, ৩৮,৭৬০ ছেচনজুৰি ২৬,৯০,০৩১ হিতাধিকাৰীক ১ম পালি আৰু ২,৮৯,২৬১ হিতাধিকাৰীক ২য় পালি ভেকচিন প্ৰদান কৰা হয়।

তাৰিখঃ ৭ এপ্ৰিল, ২০২১ (৮২ দিন)

হেল্থ কেয়াৰ কৰ্মী

ফ্ৰন্ট লাইন কৰ্মী

৪৫ ৰপৰা <৬০ বছৰ

৬০ বছৰৰ উৰ্ধ

মুঠ

১ম পালি

২য় পালি

১ম পালি

২য় পালি

১ম পালি

২য় পালি

১ম পালি

২য় পালি

১ম পালি

২য় পালি

৩,৯৫৬

২২,৩৪১

৩০,৩১৯

৯৭,৫০৯

১৭,৬২,৫০৩

৩৩,৮১৬

৮,৯৩,২৫৩

১,৩৫,৫৯৫

২৬,৯০,০৩১

২,৮৯,২৬১

বৈশ্বিকভাৱে দৈনিক প্ৰদান কৰা পালিৰ সংখ্যাৰ ক্ষেত্ৰত, ভাৰত প্ৰতি দিনে গড়ে ৩৪,৩০,৫০২ পালি প্ৰদানেৰে শীৰ্ষস্থানত আছে।

ভাৰতৰ দৈনিক নতুন ঘটনা বৃদ্ধি পাই আছে। যোৱা ২৪ ঘন্টাত ১,২৬,৭৮৯ টা নতুন ঘটনা লাভ কৰা হয়।

মহাৰাষ্ট্ৰ, চত্তীশগড়, কৰ্ণাটক, উত্তৰ প্ৰদেশ, দিল্লী, মধ্য প্ৰদেশ, তামিল নাডু, গুজৰাট, কেৰালা আৰু পঞ্জাৱকে ধৰি দহখন ৰাজ্যত ক’ভিডৰ দৈনিক নতুন ঘটনা বৃদ্ধি পাইছে। নতুন ঘটনাৰ ৮৪.২১% লাভ কৰা হৈছে ১০ খন ৰাজ্যত।

মহাৰাষ্ট্ৰত দৈনিক নতুন ঘটনা সৰ্বাধিক ৫৯,৯০৭ টা। ইয়াৰ পাছতেই চত্তীশগড়ত ১০,৩১০ টাৰ সমান্তৰালভাৱে কৰ্ণাটকত ৬,৯৭৬ টা নতুন ঘটনা লাভ কৰা যায়।

বাৰখন ৰাজ্যত দৈনিক নতুন ঘটনা উৰ্ধমুখী হৈ পৰিছে।

২০২১ ৰ মাৰ্চ আৰু এপ্ৰিলৰ প্ৰথম সাতটা দিনত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সাপ্তাহিক পজিটিভিটি হাৰ তুলনা কৰি চালে দেখা পোৱা যায় যে এই সময়ছোৱাত ৰাষ্ট্ৰীয় সাপ্তাহিক পজিটিভিটি হাৰ ২.১৯% ৰপৰা ৬.২১% বৃদ্ধিৰে ৮.৪০% হৈ পৰে।

ভাৰতৰ মুঠ সক্ৰিয় কেছল’ড ৯,১০,৩১৯ হৈ পৰিছে। ইয়াৰ হাৰ হৈছে দেশখনৰ মুঠ পজিটিভ ঘটনাৰ ৭.০৪%। যোৱা ২৪ ঘন্টাত মুঠ সক্ৰিয় কেছল’ডৰপৰা ৬৬,৮৪৬ টা ঘটনা হ্ৰাস পাইছে।

ভাৰতৰ মুঠ সক্ৰিয় ঘটনাৰ ৭৪.১৩% লাভ কৰা হৈছে মহাৰাষ্ট্ৰ, চত্তীশগড়, কৰ্ণাটক, উত্তৰ প্ৰদেশ আৰু কেৰালাত। মহাৰাষ্ট্ৰত অকলেই দেশখনৰ মুঠ সক্ৰিয় কেছল’ডৰ ৫৫.২৬% লাভ কৰা হৈছে।
আজি ভাৰতত মুঠ আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈ পৰে ১,১৮,৫১,৩৯৩ জন। ৰাষ্ট্ৰীয় আৰোগ্য লাভৰ হাৰ হয় ৯১.৬৭%।

যোৱা ২৪ ঘন্টাত ৫৯,২৫৮ ৰোগীয়ে আৰোগ্য লাভ কৰে।

যোৱা ২৪ ঘন্টাত ৬৮৫ টা মৃত্যুৰ ঘটনা সংঘটিত হয়।

নতুন মৃত্যুৰ ঘটনাৰ ৮৭.৫৯% লাভ কৰা হৈছে দহখন ৰাজ্যত। মহাৰাষ্ট্ৰত মৃত্যুৰ ঘটনা সৰ্বাধিক ৩২২ টা। ইয়াৰ পাছতেই পঞ্জাৱত ৬২ টা দৈনিক মৃত্যুৰ ঘটনা সংঘটিত হৈছে।

যোৱা ২৪ ঘন্টাত বাৰ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত এটাও কভিড-১৯ জনিত মৃত্যুৰ ঘটনা সংঘটিত হোৱা নাই। এইসমূহ হৈছেঃ অসম, লাডাখ, দমন ও ডিউ আৰু দাদৰা ও নগৰ হাভেলী, নাগালেণ্ড, ত্ৰিপুৰা, মেঘালয়, ছিকিম, মণিপুৰ, লক্ষদ্বীপ, মিজোৰাম, আন্দামান ও নিকোবৰ দ্বীপপুঞ্জ আৰু অৰুণাচল প্ৰদেশ।

 

*****

MV/SB



(Release ID: 1710573) Visitor Counter : 254