প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
৭ এপ্ৰিল, ২০২১ত ‘পৰীক্ষা পে চৰ্চা, ২০২১’ত শিক্ষাৰ্থী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকৰে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে
Posted On:
05 APR 2021 10:46AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭ এপ্ৰিল, ২০২১ৰ সন্ধিয়া ৭ বজাত ভিডিঅ’ কনফাৰেন্সিংযোগে ‘পৰীক্ষা পে চৰ্চা, ২০২১’ত সমগ্ৰ বিশ্বৰ শিক্ষাৰ্থী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকৰে মত বিনিময় কৰিব৷
প্ৰধানমন্ত্ৰীয়ে টুইটাৰযোগে কয়, “এক নতুন পদ্ধতি, এক বিস্তৃত বিষয়ৰ লগতে আমোদজনক প্ৰশ্ন আৰু আমাৰ সাহসী #ExamWarriors, পিতৃ-মাতৃ আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ সৈতে মনোগ্ৰাহী আলোচনা অনুষ্ঠিত হ’ব৷”
৭ এপ্ৰিলৰ সন্ধিয়া ৭ বজাত উপভোগ কৰক ‘পৰীক্ষা পে চৰ্চা,…
#PPC2021"
***********
DS/SH/DB
(Release ID: 1709637)
Visitor Counter : 184
Read this release in:
Kannada
,
Marathi
,
Tamil
,
English
,
Urdu
,
Urdu
,
Hindi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Malayalam