প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

৭ এপ্ৰিল, ২০২১ত ‘পৰীক্ষা পে চৰ্চা, ২০২১’ত শিক্ষাৰ্থী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকৰে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে

Posted On: 05 APR 2021 10:46AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭ এপ্ৰিল, ২০২১ৰ সন্ধিয়া ৭ বজাত ভিডিঅ’ কনফাৰেন্সিংযোগে ‘পৰীক্ষা পে চৰ্চা, ২০২১’ত সমগ্ৰ বিশ্বৰ শিক্ষাৰ্থী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকৰে মত বিনিময় কৰিব৷

প্ৰধানমন্ত্ৰীয়ে টুইটাৰযোগে কয়, “এক নতুন পদ্ধতি, এক বিস্তৃত বিষয়ৰ লগতে আমোদজনক প্ৰশ্ন আৰু আমাৰ সাহসী #ExamWarriors, পিতৃ-মাতৃ আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ সৈতে মনোগ্ৰাহী আলোচনা অনুষ্ঠিত হ’ব৷”

৭ এপ্ৰিলৰ সন্ধিয়া ৭ বজাত উপভোগ কৰক ‘পৰীক্ষা পে চৰ্চা,…

#PPC2021"

***********

DS/SH/DB



(Release ID: 1709637) Visitor Counter : 155