প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ইষ্টাৰ উপলক্ষে দেশবাসীক অভিনন্দন জনাইছে
प्रविष्टि तिथि:
04 APR 2021 8:55AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইষ্টাৰ উপলক্ষে দেশবাসীক অভিনন্দন জনাইছে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে, "ইষ্টাৰ উপলক্ষে অভিনন্দন!
আজিৰ দিনটোত আমি যীশু খ্ৰীষ্টৰ পৱিত্ৰ শিক্ষাক স্মৰণ কৰো। সামাজিক সবলীকৰণৰ ওপৰত তেওঁৰ আলোকপাতে বিশ্বজুৰি লাখ লাখ লোকক অনুপ্ৰাণিত কৰে।"
********
DS/SH
(रिलीज़ आईडी: 1709588)
आगंतुक पटल : 235
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam