প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘বাপু-বংগবন্ধু ডিজিটেল প্ৰদৰ্শনী’ মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
26 MAR 2021 9:35PM by PIB Guwahati
বাংলাদেশলৈ কৰা দুদিনীয়া ভ্ৰমণসূচীৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ সৈতে যুটীয়া ভাবে ‘বাপু-বংগবন্ধু ডিজিটেল প্ৰদৰ্শনী’ এখন মুকলি কৰে। ‘বাপু’ আৰু ‘বংগবন্ধু’ দুয়োগৰাকীয়েই দক্ষিণ এচীয়াৰ অতিকে বৰেণ্য ব্যক্তিত্ব, যাৰ চিন্তা আৰু কাৰ্মৰাজীয়ে সমগ্ৰ বিশ্বকে প্ৰভাৱিত কৰি আহিছে।
প্ৰদৰ্শনীখনৰ সংগ্ৰহাধ্যক্ষ শ্ৰী বিৰাদ যজ্ঞীকে দুয়োগৰাকী নেতাক অনুষ্ঠান পৰিদৰ্শন কৰোৱায়।
***
DS/KB
(रिलीज़ आईडी: 1709307)
आगंतुक पटल : 189
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Marathi
,
English
,
Urdu
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam