প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ৰাজযোগীনী দাদী হৃদয় মোহিনী জীৰ বিয়োগত শোক প্ৰকাশ কৰিছে
পোষ্ট কৰা হৈছে:
11 MAR 2021 6:57PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজযোগীনী দাদী হৃদয় মোহিনী জীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।
এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়, ‘ৰাজযোগীনী দাদী হৃদয় মোহিনী জীক সামাজিক সৱলীকৰণ আৰু মানুহৰ কষ্ট দূৰ কৰাৰ ক্ষেত্ৰত তেওঁৰ অনবদ্য অৱদানৰ বাবে সদায় স্মৰণ কৰা হ’ব। সমগ্ৰ বিশ্বত ব্ৰহ্মকুমাৰী পৰিয়ালৰ বিষয়ে ইতিবাচক বাৰ্তা বিয়পোৱাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁৰ মৃত্যুত মই শোকাভিভূত। ওম শান্তি।’
***
DS/SH/MS
(ৰিলিজ আই ডি : 1704859)
অতিথি কক্ষ : 148
ত এই ৰিলিজটো পঢ়ক:
Malayalam
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada