প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

চিআইএছএফৰ প্ৰতিষ্ঠা দিৱসত চিআইএছএফৰ জোৱানসকলক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

Posted On: 10 MAR 2021 10:58AM by PIB Guwahati

কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চিআইএছএফৰ জোৱান আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক শুভেচ্ছা জনাইছে।

এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "প্ৰতিষ্ঠা দিৱসত, নিৰ্ভীক @CISFHQrs ৰ জোৱান আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক শুভেচ্ছা জনাইছো। ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু প্ৰগতি সুদৃঢ়কৰণত তেওঁলোকৰ ভূমিকা অতিশয় উল্লেখনীয়। ২০১৯ ত, মই চিআইএছএফৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিলো। মই তেতিয়া কি কৈছিলো ইয়াত তাৰ উল্লেখ কৰা হৈছে।"

***

DS/SH/SB



(Release ID: 1703935) Visitor Counter : 98