প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বিশ্ব বন্যপ্ৰাণী দিৱস উপলক্ষে বন্যপ্ৰাণী সুৰক্ষাৰ অৰ্থে কাম কৰি থকা সকলোকে প্ৰধানমন্ত্ৰীৰ অভিবাদন
পোষ্ট কৰা হৈছে:
03 MAR 2021 9:54AM by PIB Guwahati
আজি বিশ্ব বন্যপ্ৰাণী দিৱস উপলক্ষে বন্যপ্ৰাণী সুৰক্ষাৰ অৰ্থে কাম কৰি থকা সকলোকে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনাইছে।
এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “#WorldWildlifeDay উপলক্ষে, মই বন্যপ্ৰাণী সুৰক্ষাৰ অৰ্থে কাম কৰি থকা সকলোকে অভিনন্দন জনাইছো। সিংহৰ ক্ষেত্ৰতেই হওঁক বা বাঘ আৰু নাহৰফুটুকীৰ ক্ষেত্ৰতেই হওঁক, ভাৰতত ভিন্ন জীৱ-জন্তুৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাটো পৰিলক্ষিত হৈছে। আমাৰ জীৱ-জন্তুসমূহৰ সুৰক্ষিত বাসস্থান আৰু আমাৰ বনাঞ্চলসমূহৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আমি সম্ভৱপৰ সকলো কৰা উচিত।”
**********
DS/AKJ/SB
(ৰিলিজ আই ডি : 1702142)
অতিথি কক্ষ : 228
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam