স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতত কোভিডৰ সক্ৰিয় ঘটনাৰ সংখ্যা আজি ১.৪৬ লাখ; যোৱা ২৪ ঘণ্টাত দৈনিক নতুন ঘটনাৰ তুলনাত দৈনিক আৰোগ্য হোৱা লোকৰ সংখ্যা অধিক

ভাৰতত টীকাকৰণৰ বৰ্ধিত কভাৰেজ ১.২১ কোটি অতিক্ৰম

Posted On: 24 FEB 2021 11:13AM by PIB Guwahati

ভাৰতে দেশত সক্ৰিয় ঘটনাক ১.৫০ লাখৰ অন্তৰ্গত কৰি কোভিডৰ ওপৰত নিয়ন্ত্ৰণ সাব্যস্ত কৰিছে। আজি সক্ৰিয় ঘটনাৰ সংখ্যা ১,৪৬,৯০৭ বৰ্তমান সক্ৰিয় ঘটনা ভাৰতৰ মুঠ পজিটিভ ঘটনাৰ ১.৩৩%।

 

যোৱা ২৪ ঘণ্টাত দৈনিক ১৩,৭৪২টা ঘটনা পঞ্জীভুক্ত কৰা হৈছে, ইয়াৰ বিপৰীতে যোৱা ২৪ ঘণ্টাত আৰোগ্য হোৱা ৰোগীৰ সংখ্যা ১৪,০৩৭। ইয়াৰ সৈতে মুঠ সক্ৰিয় ঘটনাৰ সংখ্যা ৩৯৯ কম হৈছে।

 

তলত দিয়া তালিকাত যোৱা ২৪ ঘণ্টাত সক্ৰিয় ঘটনাত হোৱা পৰিৱৰ্তন দেখা গৈছে। মহাৰাষ্ট্ৰত ২৯৮টা ঘটনা যোগ হোৱাত সৰ্বাধিক পজিটিভ ঘটনা পঞ্জীভুক্ত কৰা হৈছে, ইয়াৰ বিপৰীতে কেৰালাত ৮০৩টা ঘটনা কম হোৱাত সৰ্বাধিক নেতিবাচক পৰিৱৰ্তন পঞ্জীভুক্ত কৰা হৈছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image001D3F3.jpg

যোৱা এটা সপ্তাহত ১২খন ৰাজ্যত দৈনিক গড়ে ১০০টা নতুন ঘটনা পঞ্জীভুক্ত কৰা হৈছে। এই ৰাজ্যকেইখন হৈছে মহাৰাষ্ট্ৰ, কেৰালা, তামিলনাডু, কৰ্ণাটক, পঞ্জাৱ, গুজৰাট, মধ্যপ্ৰদেশ, ছত্তিশগড়, পশ্চিমবংগ, তেলেংগানা, দিল্লী আৰু হাৰিয়ানা। দুখন ৰাজ্য কেৰালা আৰু মহাৰাষ্ট্ৰত যোৱা এসপ্তাহত গড়ে দৈনিক ৪,০০০তকৈ অধিক নতুন ঘটনা পঞ্জীভুক্ত হৈছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image002CP49.jpg

২৪ ফেব্ৰুৱাৰী, ২০২১ত ২,৫৪,৩৫৬টা সত্ৰত টীকাকৰণৰ কভাৰেজ আজি পুৱা ৭ বজালৈকে প্ৰাপ্ত অস্থায়ী ৰিপ'ৰ্ট অনুসৰি ১,২১,৬৫,৫৯৮ আছিল য'ত ৬৪,৯৮,৩০০ এইচচিডব্লিউ (প্ৰথম টীকা), ১৩,৯৮,৪০০ এইচচিডব্লিউ (দ্বিতীয় টীকা) আৰু ৪২,৬৮,৮৯৮ এফএলডব্লিউ (প্ৰথম টীকা) অন্তৰ্ভুক্ত আছে।

 

কোভিড-১৯ টীকাকৰণৰ দ্বিতীয় পালিৰ আৰম্ভণি ১৩ ফেব্ৰুৱাৰী, ২০২১ত সেইসকল সুফলভোগীৰ বাবে হয়, যিসকলে প্ৰথম পালি পোৱাৰ পিছত ২৮ দিন সম্পূৰ্ণ কৰিছে। এফএলডব্লিউৰ টীকাকৰণ ২ ফেব্ৰুৱাৰী, ২০২১ত আৰম্ভ হৈছে।

 

ক্ৰঃ নং

ৰাজ্য/কেন্দ্ৰশাসিত অঞ্চল

টীকাকৰণ কৰা সুফলভোগী

প্ৰথম ডোজ

দ্বিতীয় ডোজ

মুঠ ডোজ

১০

১১

১২

১৩

১৪

১৫

১৬

১৭

১৮

১৯

২০

২১

২২

২৩

২৪

২৫

২৬

২৭

২৮

২৯

৩০

৩১

৩২

৩৩

৩৪

৩৫

৩৬

৩৭

৩৮

এ আৰু এন আইলেণ্ডছ

অন্ধ্ৰপ্ৰদেশ

অৰুণাচল প্ৰদেশ

অসম

বিহাৰ

চণ্ডীগড়

ছত্তিশগড়

দাদৰা আৰু নগৰ হাভেলি

দমন আৰু দিউ

দিল্লী

গোৱা

গুজৰাট

হাৰিয়ানা

হিমাচল প্ৰদেশ

জম্মু আৰু কাশ্মীৰ

ঝাৰখণ্ড

কৰ্ণাটক

কেৰালা

লাডাখ

লাক্ষাদ্বীপ

মধ্যপ্ৰদেশ

মহাৰাষ্ট্ৰ

মণিপুৰ

মেঘালয়

মিজোৰাম

নাগালেণ্ড

উৰিষ্যা

পুডুচেৰী

পঞ্জাৱ

ৰাজস্থান

ছিকিম

তামিলনাডু

তেলেংগানা

ত্ৰিপুৰা

উত্তৰ প্ৰদেশ

উত্তৰাখণ্ড

পশ্চিমবংগ

বিবিধ

৫,৫৬৫

৪,৪৫,৩২৭

২২,৪১৯

১,৭৫,১৮৫

৫,৩২,৯৩৬

১৫,৭৬৬

৩,৫৮,০৮০

৫,০২৮

১,৮০৮

৩,৩৪,৩৩৩

১৫,৮০৪

৮,২৬,৫৮৩

২,১৫,৭৪৩

৯৭,৬০৭

২,১৭,৯১০

২,৬৭,৫৫৬

৫,৬৯,৪১৬

৪,১৪,৫০৯

৭,৩৬৮

২,৩৪৩

৬,৪৪,৪৩১

৯,৪৮,৫৩৯

৪৩,৫০৭

২৮,১৯০

১৭,৩১৫

২৪,৯৮৫

৪,৪৭,১৭৬

৯,৪৩১

১,৩৩,৭১৮

৭,৮৩,২০৫

১৪,৭২১

৩,৫৯,০৬৩

২,৮১,৩৮২

৮৫,৭৮৯

১১,৪০,৭৫৪

১,৩৬,০৫৮

৭,২০,৫৬৯

৪,১৭,০৭৯

 

 

২,০১৮

১,১১,৪৮৩

৫,৪৯৭

১৫,১৮৯

৫৯,৫২১

১,২৩৭

৩০,৯৪৬

২৬১

২৫৪

২৪,৭৬২

১,২৮০

৭৮,৪৭১

৫৩,১১০

১২,৬৭২

১০,২৮৫

১৪,৫৭৮

১,৫৭,৯৪৪

৬২,২৯৯

৬১১

৬২১

৩২,৫২৯

৮০,৮২৪

১,৮৯৪

১,২০০

৩,৪৯০

৪,৮১৯

১,৩০,৪৭০

১,০১৯

২৩,৮৬৭

৯৪,৮৩৮

৯৭৩

৪১,৩৩৭

১,০৬,১৬৭

১৬,৩৪৯

৮৬,০২১

১১,২৪২

৮১,১০৮

৩৭,২১৪

 

৭,৫৮৩

৫,৫৬,৮১০

২৭,৯১৬

১,৯০,৩৭৪

৫,৯২,৪৫৭

১৭,০০৩

৩,৮৯,০২৬

৫,২৮৯

২,০৬২

৩,৫৯,০৯৫

১৭,০৮৪

৯,০৫,০৫৪

২,৬৮,৮৫৩

১,১০,২৭৯

২,২৮,১৯৫

২,৮২,১৩৪

৭,২৭,৩৬০

৪,৭৬,৮০৮

৭,৯৭৯

২,৯৬৪

৬,৭৬,৯৬০

১০,২৯,৩৬৩

৪৫,৪০১

২৯,৩৯০

২০,৮০৫

২৯,৮০৪

৫,৭৭,৬৪৬

১০,৪৫০

১,৫৭,৫৮৫

৮,৭৮,০৪৩

১৫,৬৯৪

৪,০০,৪০০

৩,৮৭,৫৪৯

১,০২,১৩৮

১২,২৬,৭৭৫

১,৪৭,৩০০

৮,০১,৬৭৭

৪,৫৪,২৯৩

 

 

মুঠ

১,০৭,৬৭,১৯৮

১৩,৯৮,৪০০

১,২১,৬৫,৫৯৮

 

 

দেশজুৰি টীকাকৰণ অভিযানৰ ৩৯তম দিনত (২৩ ফেব্রুৱাৰী, ২০২১) মুঠ ৪,২০,০৪৬জনক টীকা দিয়া হৈছে। ইয়াৰ মাজত প্ৰথম পালি (এইচচিডব্লিউ আৰু এফএলডব্লিউ)ৰ বাবে ৯,৪৭৯টা সত্ৰত ২,৭৯,৮২৩ সুফলভোগীক টীকাকৰণ কৰা হয় আৰু ১,৪০,২২৩ এইচচিডব্লিউৱে টীকাৰ দ্বিতীয় পালি লাভ কৰে।

 

মুঠ ১,২১,৬৫,৫৯৮ টীকাৰ ১,০৭,৬৭,১৯৮ (এইচচিডব্লিউ আৰু এফএলডব্লিউ)য়ে টীকাৰ প্ৰথম পালি লাভ কৰে আৰু মুঠ ১৩,৯৮,৪০০ এইচচিডব্লিউৱে টীকাৰ দ্বিতীয় পালি লাভ কৰে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image003KS8V.jpg

১২খন ৰাজ্য/কেন্দ্ৰশাসিত প্ৰদেশে পঞ্জীকৃত এইচচিডব্লিউৰ ৭৫%তকৈ অধিক টীকাকৰণ কৰে। ইয়াৰ ভিতৰত বিহাৰ, ত্ৰিপুৰা, উৰিষ্যা, গুজৰাট, ছত্তিশগড়, লাক্ষাদ্বীপ, উত্তৰাখণ্ড, ঝাৰখণ্ড, হিমাচল প্ৰদেশ, উত্তৰ প্ৰদেশ আৰু ৰাজস্থান অন্তৰ্ভুক্ত আছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image0040QK0.jpg

১০খন ৰাজ্য/কেন্দ্ৰশাসিত প্ৰদেশত পঞ্জীকৃত এফএলডব্লিউৰ ৬০%তকৈ অধিক টীকাকৰণ কৰা হৈছে। দাদৰা আৰু নগৰ হাভেলি, ৰাজস্থান, লাক্ষাদ্বীপ, গুজৰাট, মধ্যপ্ৰদেশ, ত্ৰিপুৰা, উৰিষ্যা, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু ছত্তিশগড়।

https://static.pib.gov.in/WriteReadData/userfiles/image/image005BDYB.jpg

ভাৰতত ৰোগীৰ আৰোগ্য লাভৰ সংখ্যা আজি ১,০৭,২৬,৭০২। আৰোগ্য হোৱা ৰোগীৰ হাৰ আজি ৯৭.২৫%। মুঠ আৰোগ্য লাভৰ ঘটনা আৰু সক্ৰিয় ঘটনাৰ মাজৰ ব্যৱধান বাঢ়ি আছে আৰু এই সংখ্যা আজি ১০,৫৭৯,৭৯৫।

 

সুস্থ হোৱা ৮৬.২৬% নতুন ঘটনা ৬খন ৰাজ্যত কেন্দ্ৰীভূত।

 

মহাৰাষ্ট্ৰই এদিনত সুস্থ হোৱা ৫,৮৬৯ নতুন ঘটনাৰ তথ্য দিছে। যোৱা ২৪ ঘণ্টাত কেৰালাত ৪,৮২৩ লোক, ইয়াৰ পিছত তামিলনাডুত ৪৫৩জন ৰোগী আৰোগ্য হৈছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image006T67I.jpg

নতুন ঘটনাৰ ৮৬.১৫% ৬খন ৰাজ্যৰ।

 

মহাৰাষ্ট্ৰত দৈনিক সৰ্বাধিক ৬,২১৮ নতুন ঘটনা সন্মুখলৈ আহিছে। ইয়াৰ পিছত কেৰালাত ৪,০৩৪ আৰু তামিলনাডুত ৪৪২টা নতুন ঘটনা নথিভুক্ত কৰা হৈছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image007ET7M.jpg

যোৱা ২৪ ঘণ্টাত ১০৪টা মৃত্যু নথিভুক্ত কৰা হৈছে। এই মৃত্যুৰ ভিতৰত ৮১.৭৩% ৫খন ৰাজ্যত কেন্দ্ৰীভূত। মহাৰাষ্ট্ৰত সকলোতকৈ অধিক ৫১টা মৃত্যু হৈছে। কেৰালাত ১৪ আৰু পাঞ্জাবত ১০জন লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image008GR10.jpg

১৯খন ৰাজ্য/কেন্দ্ৰশাসিত প্ৰদেশে যোৱা ২৪ ঘণ্টাত কোভিড-১৯ত কাৰো মৃত্যুৰ তথ্য দিয়া নাই। এইবিলাক হৈছে গুজৰাট, হাৰিয়ানা, ৰাজস্থান, উৰিষ্যা, ঝাৰখণ্ড, চণ্ডীগড়, অসম, লাক্ষাদ্বীপ, হিমাচল প্ৰদেশ, লাডাখ, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয়, আন্দামান আৰু নিকোবাৰ দ্বীপপুঞ্জ, ছিক্কিম, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, দমন আৰু দিউ আৰু দাদৰা আৰু নগৰ হাভেলি।

 

১৩খন ৰাজ্যত ১ৰ পৰা ৫ মৃত্যু হৈছে; ২খন ৰাজ্যত ৬ৰ পৰা ১০ মৃত্যু হৈছে; ১খন ৰাজ্যত ১০ৰ পৰা ২০ মৃত্যু হৈছে আৰু ১খন ৰাজ্যত ২০তকৈ অধিক মৃত্যু হৈছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image009NZ2O.jpg

**********

 

MV/SJ



(Release ID: 1700574) Visitor Counter : 193