স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
ভাৰতৰ চিকিৎসাধীন ৰোগীৰ সংখ্যা আজি ১.৭লাখলৈ হ্ৰাস পাইছে; এতিয়া মুঠ আক্ৰান্তৰ কেৱল ১.৫৮% লোক চিকিৎসাধীন হৈ আছে
দুদিন একেৰাহে ৫,৭০,০০০গৰাকীতকৈ অধিক লোকক টিকাকৰণ কৰা হৈছে
৩৫লাখতকৈ অধিক হিতাধিকাৰীক ক’ভিড-১৯ৰ টিকাকৰণ কৰা হৈছে
Posted On:
30 JAN 2021 10:52AM by PIB Guwahati
ভাৰতত মুঠ চিকিৎসাধীন ৰোগীৰ সংখ্যা আজি ১,৬৯,৮২৪জনলৈ হ্ৰাস পাইছে৷ ভাৰতত এতিয়া মুঠ আক্ৰান্তৰ কেৱল ১.৫৮% লোক চিকিৎসাধীন হৈ আছে৷

৯খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ৰাষ্ট্ৰীয় গড় পজিটিভিটিতকৈ অধিক হৈছে৷ কেৰালাত এই হাৰ ১২.২০%ৰ বিপৰীতে চত্তীশগড়ত ৭.৩০% হৈছে৷

২৭খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ৰাষ্ট্ৰীয় গড় পজিটিভিটিতকৈ কম হৈছে৷

সামগ্ৰিক ৰোগীৰ আৰোগ্যৰ সংখ্যা বৃদ্ধি ধাৰাবাহিকতাই ভাৰতৰ আৰোগ্যৰ হাৰ ৯৬.৯৮%লৈ উন্নীত হৈছে৷ এয়া বিশ্বৰ ভিতৰতে সৰ্বাধিক হিচাপে পৰিগণিত হৈছে৷
বৰ্তমানলৈকে দেশত ১,০৪,০৯,১৬০গৰাকী লোক আৰোগ্য হৈছে৷ বিগত ২৪ ঘণ্টাত দেশত ১৪,৮০৮গৰাকী ৰোগী আৰোগ্য হৈছে৷
ভাৰতত তাৎপৰ্যপূৰ্ণভাৱে ক’ভিড-১৯ৰ টিকাকৰণ অভিযানো ক্ষিপ্ৰগতিত অগ্ৰসৰ হৈছে৷ বিগত দুদিনত একেৰাহে ৫.৭লাখতকৈ অধিক লোকক টিকাকৰণ কৰা হৈছে৷

৩০ জানুৱাৰীৰ পুৱা ৮বজালৈকে দেশজোৰা ক’ভিড-১৯ টিকাকৰণ অভিযানৰ অধীনত ৩৫,০০,০২৭গৰাকী হিতাধিকাৰীক টিকাকৰণ কৰা হৈছে৷

বিগত ২৪ ঘণ্টাত ১০,৮০৯টা পৰ্বত ৭,৭১,৯৭৪গৰাকী লোকক টিকাকৰণ কৰা হৈছে৷ এতিয়ালৈকে ৬৩,৬৮৭টা পৰ্ব সম্পন্ন কৰা হৈছে৷
ক্ৰমিক নং
|
ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চল
|
প্ৰতিষেধক লোৱা হিতাধিকাৰীৰ সংখ্যা
|
১
|
আন্দামান আৰু নিকোবৰ
|
২,৭২৭
|
২
|
অন্ধ্ৰপ্ৰদেশ
|
১,৭৯,০৩৮
|
৩
|
অৰুণাচল প্ৰদেশ
|
৯,২৬৫
|
৪
|
অসম
|
৩৬,৯৩২
|
৫
|
বিহাৰ
|
১,১০,৩৯৬
|
৬
|
চণ্ডীগড়
|
২,৯৭৭
|
৭
|
চত্তীশগড়
|
৬২,৫২৯
|
৮
|
দাদৰা আৰু নগৰ হাভেলী
|
৬০৭
|
৯
|
দমন আৰু দিউ
|
৩৩৩
|
১০
|
দিল্লী
|
৪৮,০০৮
|
১১
|
গোৱা
|
৩,৩৯১
|
১২
|
গুজৰাট
|
২,২১,৬৭৫
|
১৩
|
হাৰিয়ানা
|
১,২৩,৯৩৫
|
১৪
|
হিমাচল প্ৰদেশ
|
২২,৯১৮
|
১৫
|
জম্মু আৰু কাশ্মীৰ
|
২৬,৬৩৪
|
১৬
|
ঝাৰখণ্ড
|
৩৩,১১৯
|
১৭
|
কৰ্ণাটক
|
৩,০৭,৮৯১
|
১৮
|
কেৰালা
|
১,৩৫,৮৩৫
|
১৯
|
লাডাখ
|
৯৮৯
|
২০
|
লাক্ষাদ্বীপ
|
৭৪৬
|
২১
|
মধ্যপ্ৰদেশ
|
২,৪৬,১৮১
|
২২
|
মহাৰাষ্ট্ৰ
|
২,৬১,৩২০
|
২৩
|
মণিপুৰ
|
৩,৩৯৯
|
২৪
|
মেঘালয়
|
৪,২০০
|
২৫
|
মিজোৰাম
|
৮,৪৯৭
|
২৬
|
নাগালেণ্ড
|
৩,৯৭৩
|
২৭
|
ওড়িশা
|
২,০৫,২০০
|
২৮
|
পুডুচেৰী
|
২,২৯৯
|
২৯
|
পাঞ্জাৱ
|
৫৪,৯৮৮
|
৩০
|
ৰাজস্থান
|
৩,২৪,৯৭৩
|
৩১
|
ছিক্কিম
|
২,০২০
|
৩২
|
তামিলনাডু
|
৯৭,১২৬
|
৩৩
|
তেলেংগাণা
|
১,৬৬,৬০৬
|
৩৪
|
ত্ৰিপুৰা
|
২৭,৬১৭
|
৩৫
|
উত্তৰপ্ৰদেশ
|
৪,৬৩,৭৯৩
|
৩৬
|
উত্তৰাখণ্ড
|
২৫,৮১৮
|
৩৭
|
পশ্চিমবংগ
|
২,২১,৯৯৪
|
৩৮
|
অন্যান্য
|
৫০,০৭৮
|
মুঠ
|
৩৫,০০,০২৭
|
নতুনকৈ আৰোগ্য ৰোগীৰ ৮৫.১০%ই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷
কেৰালাত সৰ্বাধিক ৬,৩৯৮গৰাকী ৰোগী নতুনকৈ আৰোগ্য হোৱাৰ বিপৰীতে মহাৰাষ্ট্ৰত ২,৬১৩ আৰু কৰ্ণাটকত ৬০৭গৰাকী ৰোগী আৰোগ্য হৈছে৷

বিগত ২৪ ঘণ্টাত দেশত ১৩,০৮৩গৰাকী লোক নতুনকৈ আৰোগ্য হৈছে৷
নতুন আক্ৰান্তৰ ৮১.৯৫%ই ৬খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷
কেৰালাত সৰ্বাধিক ৬,২৬৮গৰাকীৰ বিপৰীতে মহাৰাষ্ট্ৰত ২,৭৭১ আৰু তামিলনাডুত ৫০৯গৰাকী লোক আক্ৰান্ত হৈছে৷

বিগত ২৪ ঘণ্টাত ১৩৭জন ৰোগীৰ মৃত্যু হৈছে৷
এই ক’ভিড ৰোগীৰ ৮৩.৯৪% ৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷
মহাৰাষ্ট্ৰত সৰ্বাধিক ৫৬জনৰ বিপৰীতে কেৰালাত ২২জন আৰু পাঞ্জাৱত ১১জন ৰোগীৰ মৃত্যু হৈছে৷

****
MV/SJ/DB
(Release ID: 1693599)
Visitor Counter : 245
Read this release in:
Tamil
,
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Telugu
,
Malayalam