প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মিছ কমলা হেৰিছে দায়িত্বভাৰ গ্রহণ কৰাৰ পিছতে প্রধানমন্ত্রীৰ অভিনন্দন
प्रविष्टि तिथि:
21 JAN 2021 9:18AM by PIB Guwahati
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ভাইছ প্ৰেছিডেণ্ট হিচাপে মিছ কমলা হেৰিছে তেওঁৰ দায়িত্বভাৰ গ্ৰহণ কৰা বাবে অভিনন্দন জনাইছে।
এক টুইট বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “@VP হিচাপে শপত গ্ৰহণ কৰা বাবে @KamalaHarris ক অভিনন্দন জনাইছো। এয়া এক ঐতিহাসিক মুহূৰ্ত। ভাৰত-মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মাজত সম্পৰ্ক আৰু বিস্তাৰৰ বাবে তেওঁৰ সৈতে মত বিনিময়ৰ অপেক্ষাত আছো। ভাৰত- মাৰ্কিন অংশীদাৰীত্ব আমাৰ বিশ্বৰ পক্ষে লাভজনক হ’ব।”
***
DS/AKJ /RD
(रिलीज़ आईडी: 1691546)
आगंतुक पटल : 157
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam