প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ত্ৰিপুৰাৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্যখনৰ জনসাধাৰণক শুভেচ্ছা জনাইছে
प्रविष्टि तिथि:
21 JAN 2021 8:59AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ত্ৰিপুৰাৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্যখনৰ জনসাধাৰণক শুভেচ্ছা জনাইছে।
এক টুইটত শ্ৰী মোদীয়ে কয়, ‘ত্ৰিপুৰাৰ প্ৰতিষ্ঠা দিৱসৰ এই বিশেষ ক্ষণত মই ৰাজ্যখনৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছো। ত্ৰিপুৰাৰ জনসাধাৰণৰ সংস্কৃতি আৰু সৌহাদ্যপূৰ্ণ আচাৰ-ব্যৱহাৰক সমগ্ৰ দেশবাসীয়ে প্ৰশংসা কৰে। বিভিন্ন ক্ষেত্ৰত ৰাজ্যখনে অভূতপূৰ্ব প্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। এই উদ্যম আগলৈ অব্যাহত থাকিব বুলি আশা কৰিছো।’
****
DS/MS
(रिलीज़ आईडी: 1691103)
आगंतुक पटल : 132
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Bengali
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam